News31northeast

News31northeast Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News31northeast, H-3, Rajabari Path, Ganeshguri, Guwahati.

14/09/2024
My cute Son Mr. AADIL HASSAN
13/09/2024

My cute Son Mr. AADIL HASSAN

17/09/2020

মানকাচৰত একেদিনাই #চাৰিটা_পথৰ #আধাৰশিলা স্থাপন কৰিলে #বিধায়ক_ডাঃমতিউৰ_ৰহমান_মণ্ডল ।

02/08/2020

#মানকাচৰ_সমষ্টিৰ_বাৰুতুল্লা_বিন্নাচাটা_ঘাটৰ_নৌকা_বিনামূলীয়া

কেইদিনমান আগতে মেঘালয়ৰ পৰা উঠি অহা বানপানীয়ে বাৰুতুল্লা বিন্নাচাটা সংযোগী উপ পথৰ দলংখন উটুৱায় লৈ যায় । তাৰ পিছৰে পৰা কালাপানী অঞ্চলৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । অঞ্চলটোৰ ৰাইজ সকল এখন নৌকাৰে নিজ গাঁঠিৰ পইচাৰে পাৰাপাৰ কৰিবলগীয়া হৈছিল যদিও ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই স্থানীয় #বিধায়ক_ডাঃমতিউৰ_ৰহমান_মণ্ডল চাহাবৰ নিৰ্দেশ মৰ্মে কালাপানী অঞ্চলৰ এক সজাতি দল গৈ তাত উপস্থিত হয় আৰু যাতায়ত কৰিবলগীয়া নৌকা খন বিনামূলীয়া কৰে । মন কৰিবলগীয়া যে #মানকাচৰ_সমষ্টিৰ_যুৱ_কংগ্ৰেছৰ_সভাপতি_সাজিবুল_হাছান_মোল্লাই সকিয়াই দিয়ে যি সকলে বিধায়কৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ চলাইছিল সেইসকল অহা ২৪ ঘন্টাৰ ভিতৰত ক্ষমা খুজিব লাগে ।

13/06/2020

মানকাচৰত AIUDF ত খহনীয়া ।
প্ৰায় ৩০০ জন কুৰ্মীৰ #কংগ্ৰেছত_যোগদান ।


06/06/2020

দক্ষিণ শালমাৰা মানকাচৰ জিলাখনৰ ভিতৰত #প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে #বিধায়ক_ডাঃ_মতিউৰ_ৰহমান_মন্ডল আৰু NSUI ৰ জিলা সভাপতি #ৰিয়াজুল_ইছলাম_মন্ডল ।

Address

H-3, Rajabari Path, Ganeshguri
Guwahati
781005

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 7am - 5pm

Telephone

+919101903614

Website

Alerts

Be the first to know and let us send you an email when News31northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News31northeast:

Share