Nabaprajanma - নৱপ্ৰজন্ম

Nabaprajanma - নৱপ্ৰজন্ম It is an Assamese popular news portal which provides informative knowledge and news from the world
(7)

অসমৰ ৰাইজে কি বিচাৰে ?
12/08/2025

অসমৰ ৰাইজে কি বিচাৰে ?

যুঁজ এখন হব
12/08/2025

যুঁজ এখন হব

**ইন্দিৰা গান্ধীৰ নিৰ্বাচনী জালিয়াতি আৰু জৰুৰীকালীন দিনৰ পাশৱিক অত্যাচাৰ **- ১৯৭১ চনৰ লোকসভা নিৰ্বাচনে ইন্দিৰা গান্ধীয়...
11/08/2025

**ইন্দিৰা গান্ধীৰ নিৰ্বাচনী জালিয়াতি আৰু জৰুৰীকালীন দিনৰ পাশৱিক অত্যাচাৰ **

- ১৯৭১ চনৰ লোকসভা নিৰ্বাচনে ইন্দিৰা গান্ধীয়ে ৰায়বৰেলীত জয়লাভ কৰে, কিন্তু ৰাজ নাৰায়ণৰ অভিযোগে তেওঁ চৰকাৰী সম্পদৰ অপব্যৱহাৰ আৰু অবৈধ পদ্ধতি ব্যৱহাৰ কৰি জালিয়াতি কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৯৭৫ চনত তেওঁৰ নিৰ্বাচন অবৈধ ঘোষণা কৰি, যি তেওঁৰ নৈতিকতাহীনতাৰ প্ৰমাণ।
- এই জালিয়াতিৰ অভিযোগৰ পৰা পলাই যোৱাৰ বাবে ইন্দিৰাই ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকাল ঘোষণা কৰে, যি গণতান্ত্ৰৰ ওপৰত এক নিৰ্মম আঘাত। তেওঁ নিজৰ ক্ষমতাৰ লালসাৰ বাবে জনগণৰ স্বাধীনতাক ধ্বংস কৰে।
- জৰুৰীকালত মৌলিক অধিকাৰ স্থগিত কৰি, বিৰোধী নেতাসকলক (জয়প্ৰকাশ নাৰায়ণ, মোৰাৰজী দেশাই) গ্ৰেপ্তাৰ কৰা হৈছিল। এই নিৰ্যাতনৰ পিছতে ইন্দিৰাৰ নৃশংস মনোভাৱ আছে।
- সংবাদ মাধ্যমক দমন কৰি তেওঁ সত্য গোপন কৰিছিল। বাতৰি কাকত আৰু সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, যি তেওঁৰ গণতান্ত্ৰিক ভণ্ডামিৰ নিদৰ্শন।
- সঞ্জয় গান্ধীৰ নেতৃত্বত জোৰ-জবৰদস্তিৰে বন্ধ্যাকৰণ অভিযানে দৰিদ্ৰ আৰু সংখ্যালঘু সম্প্ৰদায়ক পীড়িত কৰা হৈছিল। এই অমানৱীয় কাৰ্যই ইন্দিৰাৰ নিৰ্দয়তাৰ প্ৰমাণ।
- ভয়ৰ পৰিৱেশ সৃষ্টি কৰি পুলিচক অবাধ ক্ষমতা দিয়া হৈছিল, যাৰ ফলত জনগণ নিৰাপত্তাহীনতাৰ ভয়ত জীয়াইছিল। ইন্দিৰাৰ এই দমন-নীতি এগৰাকী স্বৈৰাচাৰীৰ উদাহৰণ ।
- ১৯৭৭ চনত জনতা দলৰৰ ঐক্য চৰকাৰৰ হাতত তেওঁ মুখ ঠেকেচা খাই পৰাজয় বৰণ কৰে ।

বিষ্ণু প্ৰসাদ ৰাভা ❌বিষ্ণু প্ৰসাদ দাস ✔️
10/08/2025

বিষ্ণু প্ৰসাদ ৰাভা ❌
বিষ্ণু প্ৰসাদ দাস ✔️

নগাঁওবাসীৰ বাবে সুখবৰ
09/08/2025

নগাঁওবাসীৰ বাবে সুখবৰ

শুদ্ধ উত্তৰটো কি ৰাইজ , পুছতা হে অসম
10/07/2025

শুদ্ধ উত্তৰটো কি ৰাইজ , পুছতা হে অসম

ফটোখনৰ বাবে এটা কেপচন দিয়ক
09/07/2025

ফটোখনৰ বাবে এটা কেপচন দিয়ক

কমেন্টত জনাৱক আৰু শ্বেয়াৰ কৰক
09/07/2025

কমেন্টত জনাৱক আৰু শ্বেয়াৰ কৰক

আজিৰ ৰাশিফল ২৪ আহাৰ, *বুধবাৰ*, ৯ জুলাই, ২০২৫সুপ্ৰভাত🙏
09/07/2025

আজিৰ ৰাশিফল
২৪ আহাৰ, *বুধবাৰ*, ৯ জুলাই, ২০২৫
সুপ্ৰভাত🙏

আহোম সম্প্ৰদায়ৰ লোকসকলক মুকলি ভাবুকি এইজন Manikur Rahaman নামৰ বাংলাদেশী কংগ্ৰেছ সমৰ্থকৰ
08/07/2025

আহোম সম্প্ৰদায়ৰ লোকসকলক মুকলি ভাবুকি এইজন Manikur Rahaman নামৰ বাংলাদেশী কংগ্ৰেছ সমৰ্থকৰ

কাৰোবাক টকা প্ৰেৰণ কৰাৰ আগত ভালকৈ সকলো পৰীক্ষা কৰি লব ।Pahari Bora নামৰ ফেক একাউন্টৰ পৰা দৈনিক বেলেগ বেলেগ শিশুৰ হস্পিতা...
08/07/2025

কাৰোবাক টকা প্ৰেৰণ কৰাৰ আগত ভালকৈ সকলো পৰীক্ষা কৰি লব ।

Pahari Bora নামৰ ফেক একাউন্টৰ পৰা দৈনিক বেলেগ বেলেগ শিশুৰ হস্পিতালৰ ফটো আপলোড কৰি পইছা বিচাৰি থাকে । তাত উল্লেখ নাছিল পিতৃ মাতৃৰ একো সঠিক বিৱৰণ , মোবাইল নম্বৰ বা বেংকৰ পাছবুক। লগতে চিকিৎসকৰ একো ৰিপৰ্ট নাছিল । UPI ID টো জগত বৰুৱা নামৰ কোনোবা ব্যক্তিৰ নামত আছে । পূৰ্বেও বহুবাৰ এনেধৰণৰ ভুৱা ফটো দি লাখ লাখ টকা উপাৰ্জন কৰি আছে এই একাউন্টটোৱে ।

বহুতে সেই পোষ্টটো শ্বেয়াৰ কৰি আছে কণমাণিটোৰ সুস্থ হওঁক বুলি । মৰম লগা কণমানিটোৰ ফটো বেলেগৰ পৰা আনি ব্যৱহাৰ কৰি বহুতৰে পৰা টকা উৰ্পাজন কৰি আছে।

যিটো একাউণ্টৰ পৰা পোষ্ট কৰিছে সেইটোও এটা ফেক একাউন্ট । বাহিৰৰ ৰাজ্যৰ কাৰোবাক ফটো ব্যৱহাৰ কৰিছে । গতিকে এনে লোকৰ পৰা সাৱধান হৈ চলিব । আৱেগতে সকলোৰে মন যায় সহায় কৰিব । কিন্তু এনে পোষ্ট শ্বেয়াৰ কৰাৰ আগতেও পৰীক্ষা কৰি লব।

source - মানস কলিতা

Good morning
08/07/2025

Good morning

Address

Guwahati
781002

Website

Alerts

Be the first to know and let us send you an email when Nabaprajanma - নৱপ্ৰজন্ম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nabaprajanma - নৱপ্ৰজন্ম:

Share