Jyoti raj kashyap.

Jyoti raj kashyap. মোৰ প্ৰথম পৰিচয় অসমীয়া🙏🙏প্ৰথম ভগৱান মা দেউতা❤🌍,ভিদিঅ বনাই ভাল পাওঁ বাবে ভিদিঅ বনাও আকোৱালি ল'ব।

22/12/2024

নাগাৰা নাম ভাল পাই নে আপুনি?






21/12/2024

🙃একপক্ষীয় ভালপোৱা🙃

মোৰ বা আপোনাৰ ভাল লগাবোৰো কেতিয়াবা আমনি দায়ক হৈ পৰে কাৰোবাৰ বাবে,
অনিচ্ছাকৃত ভাবেওঁ কেতিয়াবা চকুহাল সেমেকি উঠে কাৰোবাৰ ঠিকনা বিচাৰি। হৃদয় খনেও বাৰে বাৰে চিয়ৰিব খোজে, হেই এবাৰ ৰৈ যোৱা না মোৰ বাবে। কিন্তু শুনিব জানোঁ কোনোবাই ভগ্নহৃদয়ৰ বিননি।
🙂🙂🙂

পঞ্চমুখী নৃত্য একাডেমী আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আজি আবেলি ৪ বজাত পঞ্চমুখী নৃত্য একাডেমী ৰ শুভাৰম্ভণি কৰা হয়....আপোনাৰ ...
14/06/2024

পঞ্চমুখী নৃত্য একাডেমী

আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আজি আবেলি ৪ বজাত পঞ্চমুখী নৃত্য একাডেমী ৰ শুভাৰম্ভণি কৰা হয়....
আপোনাৰ ল'ৰা বা ছোৱালী জনীয়ে যদি নৃত্য কৰি ভাল পাই তেনে হ'লে পলম নকৰি নামভৰ্তিৰ বাবে আজিয়ে যোগাযোগ কৰক তলত দিয়া নম্বৰত👇👇👇

16/05/2024
Hahi saok Tinio jonre🤗🤗
14/05/2024

Hahi saok Tinio jonre🤗🤗

With Mayur da And Kunal bro
14/05/2024

With Mayur da And Kunal bro

 #আকৌ_লগ_পালো_তোমাক #০২/০৫/২০২৪ ইংপ্ৰায় এবছৰৰ অন্তত হঠাৎ তেওঁক এদিন ল'গ পালো বাইহাটা চাৰিআলিত। মই বিশেষ এটা কাৰণত গুৱাহা...
02/05/2024

#আকৌ_লগ_পালো_তোমাক #

০২/০৫/২০২৪ ইং

প্ৰায় এবছৰৰ অন্তত হঠাৎ তেওঁক এদিন ল'গ পালো বাইহাটা চাৰিআলিত। মই বিশেষ এটা কাৰণত গুৱাহাটী যাব ল'গা হৈছিল সেইদিনা বাছ বহুত ক'ম আছিল কৰবাত হেনো কিবা মিটিং আছিল সেই বাবে।
বাছ এখন পালো অপেক্ষাৰ অন্তত কিন্তু বহিবলৈ চিত নাছিল।
অলপ গৈয়ে মানুহ এজন নামিব পিছ ফালৰ পৰা সেইয়ে কন্টেকদাৰ দাদাজনে কলে ভাইটি পিছফালে যোৱা মানুহ এজন নামিব বহি ল'ব পাৰিবা মইয়ো হ'ব বুলি কৈ পিছ ফালে গ'লো।

মানুহজন নামিল মই বহি দিলো কিন্তু এজনী ধুনীয়া মৰম লগা ছোৱালী এইফালে হেদফোনত জুবিন দাৰ গান এটা লাগি আছে।

মেঘালী চুলিটাৰি....গানটো। আস কি যে ভাল লাগা সেই সময়খিনি গানটোৰ লগত যেন সকলো মিল আছে তেওঁৰ চুলিখিনিয়ে বাৰে বাৰে আমনি কৰিছিল যদিও ভাল লাগিছিল কিবা এটা।

তেওঁ চাও নাচাও কৈ ঘুৰি চালে আৰু দুয়োৰে চকুত চকু পাৰিল।

তেওঁ আচৰিত হৈ কলে।

তেওঁ- তুমি?

মই- অ অ মই ।

তেওঁ- কৰবাত যাবা?

মই- গুৱাহাটী যাম কিবা এটা বিশেষ কামত।তুমি?

তেওঁ- অ । মইয়ো গুৱাহাটী যাম।

মই- কথা এটা সোধো?

তেওঁ- উম সোধা।

মই - মোৰ পৰা কিয় আতৰি গ'লা? মোৰ ভালপোৱাত জানো কিবা স্বাৰ্থ আছিল?

তেওঁ- নাজানো কিয় আতৰি আহিলো কিন্তু এটা কথাই জানো মোৰ ভালপোৱাতো কোনো স্বাৰ্থ নাছিল।

মই- যদি স্বাৰ্থ নাছিলেই তেতিয়া হ'লে কিয় আমি এক হ'ব নোৱাৰিলো? তুমিয়েটো কৈছিলা যে ভাগৱানৰ বাহিৰে পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ সম্পৰ্ক বিচ্ছেদ কৰিব নোৱাৰে বুলি কিন্তু😔😔😔?

তেওঁ- কিন্তু কিন্তু কি কোৱা?

মই- নাই দিয়া একো নাই মই যাওঁ, তুমি যাবা,
(কণ্টেকদাৰ জনক মাতিলে) দাদা ইয়াতে ৰখাই দিব।

আৰু কাহানিও ল'গ নোপোৱাৰ আশাৰে তেওঁৰ পৰা বিদায় মাগিলো। কষ্ট হৈছিল যদিও সহ্য কৰিছিলো সেই সময়খিনিত।

এতিয়াও প্ৰতিতো উশাহ তেওঁৰ নামতে সাৰে ৰয়,


✍ জ্যোতিৰাজ কাশ্যপ

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Jyoti raj kashyap. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyoti raj kashyap.:

Share

Category