
28/05/2025
মানু্হ জনলৈ আনিলো । কিন্তু মানুহ জনে গমে নাপাই ।মানুহ জনক কৈছিলো mbl 1ta loi লব আগৰ টো bea হৈছে। মোৰ মানুহ জনে কি কৈছে জানে হব দিয়া পিছত লম । মই ভাবিলো নাই anke কলে নলব direct আনি হাতত দিব লাগিব তেতিয়া হে লব। ভাবা মতে কাম , চুটি আহিছিল ,গম নোপোৱা কৈ ordar দি দিলোঁ mbl 1ta surprise দি দিলোঁ আৰু,মতা মানুহ বোৰে নিজৰ নামত akua খৰছ নকৰে। কাপোৰ কানি কিনি diu কলে nlge বুলি koi কিন্তু 1ta বস্তু আছে যিটো nlge বুলি যিমান kolau লাগিবই বুলি কয় কি বাৰু janene কোনোবাই ।
ফেচবুকৰ পৰা সংগ্ৰহ । (Sarmistha Devi)