Koupati Communication

Koupati Communication আমাৰ ইয়াত সকলো চৰকাৰী প্ৰমাণ পত্ৰৰ বাবে আবেদন গ্ৰহণ কৰা হয় ।
যোগাযোগ কৰক : Koupati Communication

03/01/2026

জীৱনত যিয়েই নকৰক কিয়, ককায়েক-ভাইেক মিলি কেতিয়াও একেলগে ঘৰ নাসাজিব।

কি শক্তি আছে এই মন্দিৰত য'ত সকলোৰে মনৰ বাঞ্ছা পূৰণ হয়। এটি বিশ্বাস,-হালধিবাৰী বুঢ়ী মাই মন্দিৰ 🕉️🙏সকলোৰে মনৰ আশা পূৰণ হও...
17/08/2025

কি শক্তি আছে এই মন্দিৰত য'ত সকলোৰে মনৰ বাঞ্ছা পূৰণ হয়। এটি বিশ্বাস,-হালধিবাৰী বুঢ়ী মাই মন্দিৰ 🕉️🙏

সকলোৰে মনৰ আশা পূৰণ হওঁক 🙏🏻

15/08/2025

সমূহ দেশবাসীলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

জয় হিন্দ
🇮🇳বন্দে মাতৰম 🇮🇳


12/08/2025

📍 শিশু সকলক এইবোৰৰ পৰা দূৰত ৰাখক ।
📍 সুস্থ ৰাখিবলৈ যত্ন কৰক ।

11/08/2025

📍 অসমত থাকি অসমীয়াকে গালি দিব আহিছে ।
📍 এজনী মিঞা যুৱতীৰ সাহস চাওক এইয়া।
📍 কিদৰে গালি পাৰিছে অসমীয়া জাতিটোক....
📍 মৰিগাঁৱৰ মিকিৰভেটাৰ চুমি আকতাৰাৰ বিতৰ্কিত মন্তব্য...
📍 অতি শীঘ্ৰেই প্ৰশাসনে আটক কৰিব লাগে ।

11/08/2025

📍এনেদৰেই প্ৰস্তুত কৰা হয় একোজন ভাৰতীয় সেনাক।

যিয়ে Minus Zero তাপমাত্রাও সহ্য কৰিব পাৰে।

হয়তো ইয়াৰ মাজৰে কোনোবা এজনে চিয়াচেনত গৈ ভাৰতমাতৃৰ বাবে সেৱা কৰি আছে।

সহ্য আৰু ধৈৰ্য্য যাৰ আছে সিয়ে জয়ী।

31/07/2025

মিঞা লেণ্ড বাংলাদেশত নিৰ্মাণ কৰি দিম,তাতো যদি নহয় আফগানিস্তানত বনাই দিম : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

31/07/2025

ইয়াত বিতৰ্কৰ ব টোও নাই_ তেওঁ আজিৰ যুগৰ গোপন সত্য কথাটো কৈছে,,তাকে মূৰ্খ এচামে সমগ্ৰ মহিলা বা ছোৱালীক কৈছে বুলি ভাবি নিজৰ অজ্ঞানতাৰ পৰিচয় দাঙি ধৰিছে,,ছোৱালীয়ে নিজৰ পবিত্ৰতা নিজে ৰক্ষা নকৰাৰ কথা কৈছে_উদাহৰণ ভাল পোৱাৰ নামত বছৰ বছৰ ধৰি একেলগে মানুহকে দেখাই ঘূৰি ফুৰি প্ৰেম কৰিছোঁ বুলি শেষত শাৰীৰিক মিলন কন কৰি ভাগে ভাগে আঁতৰি যায়,অন্য এক উদাহৰণ শাৰীৰিক মিলনৰ লোভ সামৰিব নোৱাৰি লিভিং ৰিলেছন,,ইয়াত পুৰুষৰ কথাও ঠিক তেনেকৈ কোৱা হৈছে ।

Address

No 1 Koupati Grant Near Vallabh Bhai Patel HS School Koupati Opp Nidhi Tutorial Centre
Guwahati
784113

Opening Hours

Monday 8am - 8pm
Tuesday 8am - 8pm
Wednesday 8am - 8pm
Thursday 8am - 8pm
Friday 8am - 8pm
Saturday 8am - 8pm
Sunday 8am - 8pm

Telephone

+918822661973

Website

Alerts

Be the first to know and let us send you an email when Koupati Communication posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share