06/06/2026
Om shanti 🙏
উফ্ সময় বৰ নিষ্ঠুৰ। কি শুনিছোঁ এয়া।
আপুনি য'তেই আছে কুশলে থাকক Aunty । ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏 । খবৰটো পাই বুকুখন গধুৰ লাগিছে । পৰিয়ালটিক ভগৱানে ধৈৰ্য ধৰিবলৈ শক্তি দিয়ক ।