NewzNow অসম

NewzNow অসম নিৰ্ভিক আৰু নিৰপেক্ষ
(1)

18/07/2025

"BTCত বুল'ডজাৰ বেণ্ড কৰি দিছো"

"য'ত উচ্ছেদ হৈছে তাত ৰেলী,মিছিল পাতিব লাগে"

"ইয়াত উচ্চেদ কৰাৰ কোনো প্ৰশ্নই নুঠে"

"BTCৰ বাহিৰৰ বিষয় BTCৰ ভিতৰত টানি আনিলে কি হ'ব"

- ৰাজু নাৰ্জাৰী

18/07/2025

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি দুই ভাতৃৰ মাজত

বৌৰেকৰ লগত ভায়েকৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ ফলত ককায়েকে হ*ত্যা কৰে ভাতৃক

অসমৰ প্ৰতিগৰাকী চাহ শ্রমিকক ৫ হাজাৰ টকাৰ এককালীন সাহার্য ঘোষণা মুখ্যমন্ত্ৰীৰ
18/07/2025

অসমৰ প্ৰতিগৰাকী চাহ শ্রমিকক ৫ হাজাৰ টকাৰ এককালীন সাহার্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়ৰ AMCHৰ বাবে ৩৫৭ কোটি টকাৰ অনুমোদন কেবিনেটত
18/07/2025

ডিব্ৰুগড়ৰ AMCHৰ বাবে ৩৫৭ কোটি টকাৰ অনুমোদন কেবিনেটত

18/07/2025

কলাইগাঁৱত বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ

18/07/2025

এছ কে পেট্ৰ'ৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কেইবাটাও দল,সংগঠন

শিৱসাগৰত অসমীয়া যুৱ মঞ্চ,সংগ্ৰামী সেনা আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেল

এছ কে পেট্ৰ'ক ১০ দিনৰ সময়সীমা বান্ধি দিলে তিনিওটা সংগঠনে

18/07/2025

"চৰাইবিল সমষ্টিত উন্নয়নৰ বহুত বেয়া অৱস্থা"

"২০ বছৰত BPFয়ে কি কৰিলে"

"মাটিৰ পট্টা কিয় নিদিলে BPFয়ে"

- ৰাজু নাৰ্য্যৰী

18/07/2025

'ময়েই কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া, কাৰোবাৰ বৌয়েকক চাকৰি দিয়া'

ঘোষনা হিমন্ত বিশ্ব শৰ্মাৰ

18/07/2025

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেল।

18/07/2025

"চৰকাৰে দুখীয়াক গুলীয়াই হ*ত্যা কৰা আৰম্ভ কৰিছে"

"এজন হিটলাৰে অসমত শাসন কৰিছে"

- অখিল গগৈ

18/07/2025

কংগ্ৰেছৰ মিটিঙত 'সংখ্যালঘু মানুহ আহিব লাগে, কিন্ত্ত দাড়িটো কাটিব লাগিব'

'আগদিনা গোটেই ছয়গাঁও, ছমৰীয়া, গৰৈমাৰীৰ চেলুনত ভিৰ...গোটেই চেলুন Booked'

মুখ্যমন্ত্ৰীৰ কটাক্ষ

18/07/2025

মিকিভেটা আৰক্ষী চকী হাবিলদাৰে POLICE VERIFICATIONৰ নামত ললে উৎকোচ

এটা VERIFICATIONৰ নামত দিব লাগে হাবিলদাৰ জনক ৫০০ পৰা ১০০০ টকা

Address

Dispur

Alerts

Be the first to know and let us send you an email when NewzNow অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow অসম:

Share