The Global News

The Global News News and media

24/12/2024

খাৰুপেটীয়াত হঠাৎ কমিল পাচলিৰ দাম
কৃষকৰ মাজত হাহাকাৰ
ফুলকবি প্ৰতিকিলোত এটকা দৰত বিক্ৰী
পাচলি ক্ৰয় কৰিবলৈ বজাৰত নাই ব্যৱসায়ী
মুৰে কপালে হাত দিৱলগী‌য়া‌ হৈছে খাৰুপেটীয়াৰ কৃষকে
ফুলকবিয়ে নহয় বন্ধাকবি বিক্ৰী হৈছে ৩ৰপৰা৪টকা প্ৰতিকিলো
বেঙেনা বিক্ৰী হৈছে প্ৰতিকিলোত ৮ৰপৰা৯টকাত
পানীৰ দৰত পাচলি বিক্ৰী হোৱাত লাখ টকা লোকচানৰ সন্মুখীন কৃষক ৰাইজ

24/12/2024

বাইহাটা চাৰিআলিৰ বিহদিয়াত শিপিনীক তাঁতশাল বিতৰণ
বিহদিয়াৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাম্য সাৰথি ৰ উদ্যোগত শিপিনীক তাঁতশাল বিতৰণ
মুঠ ১৫২গৰাকী শিপিনীৰ মাজত বিতৰণ কৰে তাতঁশাল
অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া বিধায়ক দিগন্ত কলিতা

24/12/2024

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত মৰিগাঁৱত জিলা কংগ্ৰেছৰ প্ৰতিবাদ
জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ
চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল মৰিগাঁওৰ ৰাজপথ

24/12/2024

কলিয়াবৰত "সুৰক্ষিত অসমৰ বাবে" বাটৰ নাট প্ৰদৰ্শন
দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ অসম ৰাজ্যিকৰ উদ্যোগত আৰু নগাঁও জিলাৰ সৌজন্যত এই বাটৰ নাট প্ৰদৰ্শন
কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় প্ৰাঙ্গনত প্ৰদৰ্শণ কৰা হয় এই বাটৰ নাট
বানপানী,ভূমিকম্প,প্ৰাকৃতিক দুৰ্য্যোগ আদিৰ সময়ত লৱলগীয়া সাৱধানতা সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈকে এই বাটৰ নাট প্ৰদৰ্শন

24/12/2024

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ৰদবদল
কাৰ্যবাহী সমিতিত অন্তৰ্ভুক্ত হল মাধুৰ্য ঢেকিয়াল ফুকন, কাচে ৰংপি আৰু তিলোত্তমা হাষ্ণু
কাৰ্যবাহী সদস্য পদৰপৰা অব্যাহতি কাংবুৰা কিলিং আৰু মুকুট মহন্তক

24/12/2024

গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ মুক্ত বিচৰণে ৰাৰাইজক আতংকিত কৰি তুলিছে

24/12/2024

কংগ্ৰেছৰ প্ৰতিবাদক লৈ মন্তব্য ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

অসমত কংগ্ৰেছে গৃহমন্ত্ৰী সন্দৰ্ভত মিথ্যাচাৰ বিয়পাইছে

কংগ্ৰেছে সন্মান নকৰে সংবিধান প্ৰণেতাক

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা ভৱেশ কলিতাৰ

24/12/2024

ডিব্ৰুগড়ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

24/12/2024

“মই একেবাৰে দুখীয়া,মোৰ থাকিবলৈ ভাল ঘৰ নাই“
কিবা এটা ব্যৱস্থা কৰক

কলিয়াবৰৰ মহিলাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ

অৰুণোদয় আঁচনিৰ সুবিধা লবলৈ গাঁও পঞ্চয়তত কাৰ্য্যালয়ত মহিলাৰ ভিৰ

23/12/2024

চৰকাৰৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ বাট দেখিছে কামপুৰৰ দহ গৰাকী মহিলাই
ৰাজ্যত নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়তে দহগৰাকী মহিলাই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে
নিজৰ পৰিয়ালৰ লগতে আনৰ বাবেও উপাৰ্জনৰ বাট দেখুৱাইছে মহিলাসকলে

23/12/2024

ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত হঠাত লাগিল হুৱাদুৱা।
যিয়ে যেনেকৈ পাৰে দৌৰিছে, যিয়ে যেনেকৈ পাৰে পলাইছে, কোনোবাই আকৌ জুই জ্বলাইছে

23/12/2024

মেৰাপানীত আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
নাগালেণ্ডৰ বিৰুদ্ধে মেৰাপানীৰ কেইবাটও সংগঠনৰ এই ধৰ্মঘট কাৰ্যসূচী
নাগালেণ্ড ভিলেজ কাউন্সিলে নেঘেৰিবিল বনভোজ স্থলিত প্ৰবেশ নিষিদ্ধ কৰাক লৈ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী

23/12/2024

হাউলীত বাল্য বিবাহৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান
আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিলে ৭ জনক
বিভিন্ন অঞ্চলৰ পৰা হাউলী আৰক্ষীযে নাবালিকা কন্যাক বিবাহ কৰোৱা ৭ জনক আটক কৰে

23/12/2024

হাতে হাতে লাঠী লৈ শতাধিক মহিলা ওলাই আহিল ৰাজপথলৈ
কামৰূপ জিলাৰ হাজোত শতাধিক মহিলাৰ এই প্ৰতিবাদ
নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে শতাধিক মহিলাৰ হাতে হাতে লাঠী লৈ তীব্র প্ৰতিবাদ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাই দলৰ তৰফৰ তালিকাভুক্তসকলক নিযুক্তি দিয়ে
23/12/2024

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাই দলৰ তৰফৰ তালিকাভুক্তসকলক নিযুক্তি দিয়ে

23/12/2024

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীক এবাৰ ওচৰৰ পৰা চাবলৈ ৰাইজৰ হেতা ওপৰা

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কবিতা পাঠ

23/12/2024

মৰিগাঁও জিলাৰ হাহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বেষ্ট এৱাৰ্ড কাৰ্যসূচী

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত এই কাৰ্যসুচী

ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে জিলা আয়ুক্তগৰাকীয়ে

বিদ্যালয় খনত শৈক্ষিক বাতাবৰণ সৃষ্টিৰে বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়

22/12/2024

লংকা হাইস্কুলত গীত-নৃত্য-কবিতাৰ 'এজাক পক্ষীৰ কলৰৱত শীতৰ এদিন 'উদযাপন

জিলাখনৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশুকে ধৰি যুৱক যুৱতী সকলে বিভিন্ন ধৰণৰ কাৰ্যসুচী ৰূপায়ণ কৰে অনুষ্ঠানত

শিশু সকলৰ লুপ্ত প্ৰতিভাক এখন মঞ্চ দিয়াই সাংস্কৃতিক মহাসভাৰ মূল উদ্দেশ্য

Address

Hatigaon Road, Lakhimi Nagar, Guwahati/(Urbara Path)
Guwahati
781006

Telephone

+919365495426

Website

Alerts

Be the first to know and let us send you an email when The Global News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Global News:

Share

Category