The Global News India

The Global News India News and media

29/10/2025

“অসমত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰাতো মানি লোৱা নহ’ব’’
“শ্ৰীভূমিৰ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হ’ব’’
মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

29/10/2025

জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে'ৰ কৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
“ছবিখনৰ ৰাজ্যিক GST শিল্পীৰ কল্যাণৰ বাবে দিব চৰকাৰে’’
“কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰিব 'ৰৈ ৰৈ বিনালে'ৰ SGST'’
গৰিমা শইকীয়া গাৰ্গৰ ইচ্ছা অনুসৰি কলাগুৰু ফাউণ্ডেশ্যনক দিয়াৰ সিদ্ধান্ত কেবিনেটৰ

29/10/2025

কলাইগাঁৱত ৯ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 'মায়াবিনী'

29/10/2025

“তই মিঞা, মই মিঞা, আমি মিঞা,এইখন কলেজ মিঞাৰ!’’
কামৰূপৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত কলেজীয়া ছাত্ৰৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে সৃষ্টি হ'ল উত্তেজনা

29/10/2025

শ্ৰীভূমিৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন
শ্ৰীভূমিত কংগ্ৰেছীৰ কাণ্ডক সুৰক্ষা দি গৌৰৱ গগৈৰ মন্তব্য
১৯০৫ চনতে ৰবীন্দ্ৰ নাথ ঠাকুৰে লিখা কবিতাহে পাঠ কৰিছিল
যিটো কবিতা ১৯৭২চনত বাংলাদেশে জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল

29/10/2025

জুবিনৰ নামত বেলতলা বিহু কমিটিৰ পৰা কিমান টকা লুটিলে সিদ্ধাৰ্থ শৰ্মাই ?
CID ৰ কাৰ্যালয়ত উপস্থিত হ'ল বেলতলা বিহু কমিটিৰ বিষয়ববীয়া

29/10/2025
29/10/2025

হঠাৎ এখন বিদ্যালয়ত হৈ চৈ
চাৰিওফালে ছাত্ৰ-ছাত্ৰীৰ মাজত দৌৰা-দৌৰি
কোনো কোনোৱে আকৌ আশ্ৰয় লৈছে নিৰাপদ স্থানত
ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

29/10/2025

কলাইগাঁৱত ৯ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে জুবিনৰ 'মায়াবিনী'

29/10/2025

জুবিন ক্ষেত্ৰত পকেটমাৰৰ সন্ত্ৰাস
CCTV ত বন্দী পকেটমাৰ
চোৰটো নগাঁৱৰ আব্দুল জলিল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে
বৰ্তমান সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে আব্দুলক

29/10/2025

ধিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি
লাখপতি বাইদেউ আচঁনিৰ পৰা বঞ্চিত মহিলাই ঘেৰাও কৰিলে উন্নয়ন খণ্ডৰ কাৰ্য্যলয়
মহিলা আত্ম সহায়ক গোটৰ মহিলাক ক্ষান্ত কৰাৰ শ্রেষ্টা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাৰ
কিন্তু মহিলা সকলে জবাবদিহি কৰে প্ৰকল্প প্ৰবন্ধক গৰাকীক

29/10/2025

মুখ্যমন্ত্ৰী LIVE

Address

Hatigaon Road, Lakhimi Nagar, Guwahati/(Urbara Path)
Guwahati
781006

Telephone

+919365495426

Website

Alerts

Be the first to know and let us send you an email when The Global News India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Global News India:

Share

Category