Pranjit Baishya

Pranjit Baishya এজন ৰাষ্ট্ৰবাদী🇮🇳🇮🇳
লুইত পৰীয়া হিন্দু মই
হিন্দুত্ব মোৰ তেজত
ৰাম ভক্ত 🙏🙏🙏
জয় শ্ৰী ৰাম 🚩🚩🚩

01/06/2025

হাওঁ এইটো আৰু ৰুমৰ ভিতৰত কি ৰুপ আপোনাৰ?
ভিক্টৰ দাসৰ কাণ্ড চাওক। কেনেকৈ এজনী অসহায় যুৱতীক ৰুমৰ ভিতৰত মাৰধৰ কৰিছে।

সংগ্ৰহ :- ফেচবুক

20/05/2025

"তোমালোকৰ কোনো চিন্তা নাই ৰকিবুলক হৰুৱাই আহিছোঁ।"

Diplu Ranjan দা 🔥🔥🔥
゚viralシfypシ゚viralシalシ
#

19/05/2025

Proud to Be a Hindu 🚩🚩
Jai Shree Ram 🚩🚩🚩




19/05/2025

ৰথযাত্ৰাৰ উৎসৱ ওচৰ চাপিছে, ৰথ প্ৰস্তুত কৰা হৈছে, ২৭ জুনত অনুষ্ঠিত হ'ব বিশ্বাস,পৰম্পৰা আৰু প্ৰেমৰ ৰথযাত্ৰা।

যেতিয়া সমগ্ৰ ভাৰতবৰ্ষই ৰথৰ লগত গতি কৰে, তেতিয়া ই কেৱল উৎসৱ নহয়,সনাতনৰ জীয়া অভিজ্ঞতা হৈ পৰে।

জয় প্ৰভু জগন্নাথ❣️🙏



15/05/2025

অনিল নগৰৰ ভাইৰেল খুড়া 😃



14/05/2025

দেখাত লাহেকৈ হলেও গালত দুটা ভালকৈ দিছে। মনত কিজানি ভালকৈ বহাবলৈ ইচ্ছা আছিল কন্ট্ৰোল কৰিছে কথাটো বেয়াৰ পিনে যাব বুলি 😜😜

#জননেতা #মুখ্যমন্ত্ৰী

জয় মাঁ বগলামুখী 🙏❤️আজি মা বগলা মন্দিৰত সেৱা জনালোঁ, সকলোৰে মঙ্গল হওঁক নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।🙏🙏 Maa Bagala
14/05/2025

জয় মাঁ বগলামুখী 🙏❤️
আজি মা বগলা মন্দিৰত সেৱা জনালোঁ, সকলোৰে মঙ্গল হওঁক নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।🙏🙏
Maa Bagala

বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, গুৰু শ্ৰীশ্ৰী দামোদৰ দেৱ ৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনালৈ শ্ৰদ্ধা আৰু প্ৰণাম যাছিলোঁ🙏🙏
28/04/2025

বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, গুৰু শ্ৰীশ্ৰী দামোদৰ দেৱ ৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনালৈ শ্ৰদ্ধা আৰু প্ৰণাম যাছিলোঁ🙏🙏

22/02/2025
Brother's ❤️
11/02/2025

Brother's ❤️

চাওঁতে চাওঁতে আকৌ এটি বছৰ উকলিল! মই ধুনিয়া পৃথিবী খন দেখাৰ দিন হেনো আজিএ! সকলোৱে আশীৰ্বাদ কৰিব অনাগত দিনবোৰত যেন মানুহৰ ...
06/02/2025

চাওঁতে চাওঁতে আকৌ এটি বছৰ উকলিল! মই ধুনিয়া পৃথিবী খন দেখাৰ দিন হেনো আজিএ! সকলোৱে আশীৰ্বাদ কৰিব অনাগত দিনবোৰত যেন মানুহৰ ভাল কৰিব নোৱাৰিলেও বেয়া কৰাৰ মানসিকতা কণ ভগৱানে মোক নিদিয়ে।

Address

Dispur

Alerts

Be the first to know and let us send you an email when Pranjit Baishya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pranjit Baishya:

Share