Vision News

Vision News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vision News, Media/News Company, guwahati, Guwahati.

31/07/2025

দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ। কোনোৱে কৰিব নোৱাৰা কাম গৌৰৱ গগৈয়ে কৰি দেখুৱালে। পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক বঁটা দিব লাগে। ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্ন অতিকৈ লাজৰ বিষয়। অসমীয়া যুৱ মঞ্চৰ মন্তব্য

NewsNews18 Assam & NEAssam Online NewsBarta NETimes GoalparaAxom Prahori/অসম প্ৰহৰী

31/07/2025

নন্দিনী কাশ্যপে হাইস্পীডত চলাই নেকি গাড়ী ? মই চলাওতে মাত্ৰ ১টা ফাইন লাগিছে, বাকী ফাইনৰ কথা মই নাজানো। নন্দিনী কাশ্যপৰ ঘৰত কৰ্মৰত ড্ৰাইভাৰৰ ভয়ংকৰ ভাষ্য।

Vision News Assam Online News

27/07/2025

‌ মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান।
বেদখলকাৰীলৈ উচ্ছেদৰ জাননী।পুনৰ ৬ টাকৈ স্থানত থকা বেদখলকাৰীলৈ প্ৰশাসনৰ জাননী । উচ্ছেদৰ স্থানৰ তালিকা প্ৰকাশ কৰিলে প্ৰশাসনে

Vision News News18 Assam & NE

26/07/2025

ডিমা হাছাওত প্ৰশাসনৰ বুলড'জাৰে আঁতৰালে মছজিদ। শ শ মুছলমান ৰাইজৰ কান্দোন। উমৰাংছ'ৰ তিনি কিলোত প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছিল মছজিদটো।
NewsNews18 Assam & NEAssam Online NewsBarta NEPrime News

26/07/2025

গোৱালপাৰাৰ হাচিলা বিলত উচ্ছেদ চলাই বিপদত পৰিছে DC, SP, মুখ্য সচিব। সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদিত সংখ্যালঘুক অন্যায় কৰাৰ গুৰুতৰ অভিযোগ। সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পাছতেই গৃহবিভাগত জোকাৰণি।

Vision News News18 Assam & NE Assam Online News Barta NE Ushna Khatun Bibi Axom Prahori/অসম প্ৰহৰী Times Goalpara

25/07/2025

উচ্ছেদক লৈ Supreme Courtৰ নিয়ম উলংঘা কৰিছে। DC, SP, OCকে ধৰি উচ্ছেদত জড়িত সকলো প্ৰশাসনিক বিষয়ালৈ SCৰ NOTICE । মুখ্য সচিব, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। লাগিছে হাহাকাৰ

Vision News News18 Assam & NE Assam Online News Barta NE

25/07/2025

🔴শাওন মাহত কিয় মাছ মাংস খাব নালাগে ?
জীৱ হত্যা মহা পাপ ! সেয়া লাগিলে ছাগলী হাহ গাহৰি গৰু যি নহওঁক !
🔴শাওন মাহ পৱিত্ৰ মাহ !
আজি ২৮ বছৰ ধৰি মই নিৰামিষ ভোজী ! মই সুখী !
DONA PLANET ৰ কাষত
ভাণ্ডাৰা দি আছোঁ মই !
🔴ভক্ত সকলক সেৱা কৰাই মোৰ ধৰ্ম ! কৰ্ম আৰু ধৰ্ম একেলগে কৰি গৈ আছোঁ !
সনাতন ধৰ্ম বিশ্বাসী মই ।
🔴সকলোকে শাওন মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছো !
🔴সমাজ কৰ্মী তথা যুৱ নেতা
ত্ৰিদিব কলিতাৰ কিছু গুৰুত্ব পূৰ্ণ মন্তব্য

Vision News Assam Online News Prime News Barta NE News18 Assam & NE

      Vision News Assam Online News
25/07/2025

Vision News Assam Online News

23/07/2025

📌মদ খাই বোৱাৰীয়েকৰ ৰূমত শহুৰেক

23/07/2025
23/07/2025

📌অসমৰ যুৱতীক হিন্দীভাষীয়ে দিলে অন্তৰ্বাস

゚viralシfypシ゚viralシlowers

Address

Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Vision News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Vision News:

Share