Pranjal Kumar sarmah Reports

Pranjal Kumar sarmah Reports {কোনো চিঞৰ নাই = কেৱল সঁচা খবৰ}
শূন্যৰ পৰা শিখৰলৈ - কেৱল সঁচা খবৰ লৈ( 24×7)

মঙলদৈ ‌কোনে মাৰিব শেষ হাঁহি।।
18/03/2026

মঙলদৈ ‌কোনে মাৰিব শেষ হাঁহি।।

15/03/2026
13/03/2026

#শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত 'লোক জনশক্তি পার্টি'ৰ এখন বিশাল সভা অনুস্থিত হয়।
#সভাত উপস্থিত থাকে লোক জনশক্তি পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান । চিৰাগ পাচৱানে সমগ্ৰ অসমত এল জে পি ৰ সাংগঠনিক ভেটি মজবুত কৰাৰ পৰিকল্পনা লৈছে।
#সভাত ২০২৬ চনৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি নতুন সদস্য ভুক্তি কার্যসূচী তথা আগন্তুক নির্বাচনত NDA চৰকাৰৰ লগত একত্ৰিত হৈ নিৰ্বাচনৰ যুজত অৱৰ্তীন হোৱাৰ পৰিকল্পনা লয় দলটোৱে ।

আজি গুৱাহাটীৰপৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫২৬ কোটি টকাৰ সামুদ্ৰিক আৰু অভ্যন্তৰীণ জলপথ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গ...
13/03/2026

আজি গুৱাহাটীৰপৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫২৬ কোটি টকাৰ সামুদ্ৰিক আৰু অভ্যন্তৰীণ জলপথ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰিব।

সমগ্ৰ অনুষ্ঠান চাব পাৰিব লাইভযোগে...

অসমৰ ক্ৰীড়া সাংবাদিকতাৰ মহীৰূহ স্বৰূপ,আকাশ বাণীৰ ক্ৰিকেট আৰু ফুটবলৰ অসমীয়া ধাৰাভাষ্যকাৰ,বিশিষ্ট ক্ৰীড়া সংগঠক তথা সৰ্বভাৰ...
13/03/2026

অসমৰ ক্ৰীড়া সাংবাদিকতাৰ মহীৰূহ স্বৰূপ,আকাশ বাণীৰ ক্ৰিকেট আৰু ফুটবলৰ অসমীয়া ধাৰাভাষ্যকাৰ,বিশিষ্ট ক্ৰীড়া সংগঠক তথা সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ প্ৰাক্তন বিষয় ববীয়া প্ৰেমধৰ শৰ্মাৰ 86 বছৰ বয়সত মৃত্যু হয়।

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম।প্ৰধানমন্ত্ৰীৰ প্ৰতিটো ভ্ৰমণেই অসমবাসীৰ বাবে কঢ়িয়াই আনে সুখবৰ আৰু বহুতো ...
13/03/2026

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম।

প্ৰধানমন্ত্ৰীৰ প্ৰতিটো ভ্ৰমণেই অসমবাসীৰ বাবে কঢ়িয়াই আনে সুখবৰ আৰু বহুতো প্ৰকল্পৰ মেটমৰা ভঁৰাল ৷ এইবাৰো এই ভ্ৰমণকালত তেখেতৰ কৰকমলেৰে শুভ উদ্বোধন হ'বলগীয়া ৪৭,৬০০কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পই অসমৰ বিকাশৰ যাত্ৰাৰ গতিক ত্বৰান্বিত কৰিব।

 #দৰঙৰ দেওমৰনৈৰ জ্যেষ্ঠ সাংবাদিক, অসম জাতীয়তাৱাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মা(৫৩) ইহ সংসাৰত নাই...
13/03/2026

#দৰঙৰ দেওমৰনৈৰ জ্যেষ্ঠ সাংবাদিক, অসম জাতীয়তাৱাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মা(৫৩) ইহ সংসাৰত নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ আজি পুৱা প্ৰায় ৭:৩৫ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত পত্নী এগৰাকী পুত্ৰ আৰু কন্যা সহ অসংখ্য গুনমুগ্ধ এৰি যায়। তেখেতৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছা। জেষ্ঠ সাংৱাদিক গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

13/03/2026

#চৰ্ত সাপেক্ষেহে মিঞাই সমৰ্থন কৰিব পাৰিব বিজেপিক। যদি খিলঞ্জীয়াৰ মাটি- ভেটি বেদখল নকৰে,যদি আমাৰ কৃষ্টি,সভ্যতা- সংস্কৃতিত আঘাত নাহানে তেনেহ'লে আমাক সমৰ্থন কৰিব লাগে বুলি আহ্বান জনাম।
#চুৰি-ডকাইতী,লাভ জেহাদ,লেণ্ড জেহাদ কৰা লোকৰ ভোট আমাক নালাগে। এই মন্তব্য দিলীপ শইকীয়াৰ।

Address

Gauhati

Telephone

+916900685123

Website

Alerts

Be the first to know and let us send you an email when Pranjal Kumar sarmah Reports posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pranjal Kumar sarmah Reports:

Shortcuts

Share