আপোনাক কিমান টকা খুজিছিল, ন' কমেণ্ট আপোনি পেলাইছে কিয়, ন' কমেণ্ট
আপোনাক কিমান টকা খুজিছিল,
ন' কমেণ্ট
আপোনি পেলাইছে কিয়,
ন' কমেণ্ট
সহকাৰী আয়ুক্তক উৎকোচ দিবলৈ আহোতেই দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
আৰু তাৰ কিছু সময় পিছতে পলায়ন উৎকোচ দিবলৈ অহা দীপাংকৰ চৌধুৰী।
.
.
.
#timeofassam #viralvideoシ #AssamNews #dailynewsupdate #assamesereels
গুৱাহাটীলৈ আহি বিপদত বৰ্তমান ৰাইডাৰ যুৱতী, গুৱাহাটী আহি পোৱাৰ পাছতেই চুৰি হ'ল ৰাইডাৰ ননীৰ বাইক।
.
.
.
#timeofassam #viralreelsfacebook #viralvideoシ #dailynewsupdate #AssamNews #assamesereels #thifnews #Assampolic
অফিচ কলিক নে সৰু কালৰ বন্ধু
অফিচ কলিক নে সৰু কালৰ বন্ধু ,
কাৰ লগত জড়িত থাকে বন্ধুৰ প্ৰকৃত গভিৰতা ,
অফিচ কলিক নে সৰু কালৰ বন্ধু ।
.
.
.
#timeofassam #viralvideoシ #assamesereels #viralreelsfacebook #dailynewsupdate #boysfriendship #childhoodmemories #friendsforever #indiaviralpost
প্ৰসংগ:- কামৰ কৰাৰ নামত ধন আত্মসাত কৰা ।
প্ৰসংগ:- কামৰ কৰাৰ নামত ধন আত্মসাত কৰা ,
কিমান টকা:- ৪লাখ
আৰু তাৰ পিছৰ দৃশ্য এয়া,
মোক টকা ঘোৰাই লগে ।
.
.
.
#timeofassam #viralvideoシ #AssamNews #dailynewsupdate #assamesereels #viralreelsfacebook #assam
গুৱাহাটীত উপস্থিত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।
.
.
#advantageassam2025 #jhumurbinondiya #guwahatinews
দেশৰ উন্নতিৰ বাবে খন্দা গাঁতৰ পৰিণাম
দেশৰ উন্নতিৰ বাবে খন্দা গাঁতৰ পৰিণাম, বৰ্তমানৰ সময়ত দেখিবলৈ কিছু এই ধৰণৰ এই দৃশ্য গুজৰাট চহৰৰ।
.
.
.
#timeofassam #viralvideoシ #AssamNews #todaynews #dailynewsupdate #accidentnews #gujrat #assamesereels
দক্ষিণ কামৰূপৰ ৰঙামাটি অঞ্চলত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ।
.
.
.
#timeofassam #AssamNews #dailynewsupdate #todaynews #ElephantNews #viralvideoシ
সৰ্থেবাৰীৰ কৃষ্ণ গুৰু আশ্রমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰণিপাত ।
.
.
.
#timeofassam #viralvideoシ #todaynews #krishnoguru #AssamCM
শিৱসাগৰৰ দিচাং ঘাটত কয়লা পৰিবাহী ট্ৰাকৰ ভয়ংকৰ দু*ৰ্ঘ*ট*না ।
শিৱসাগৰৰ দিচাং ঘাটত কয়লা পৰিবাহী ট্ৰাকৰ ভয়ংকৰ দু*ৰ্ঘ*ট*না,শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
.
.
.
#timeofassam #dailynewsupdate #todaynews #AssamNews #accidentnews #shivsagarnews
হোজাই পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ
হোজাই পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ ,চাকৰি নিয়মীয়া কৰাৰ দাবীত শতাধিক পুৰুষ মহিলায় সাব্যস্ত কৰে এই প্ৰতিবাদ।
.
.
.
#timeofassam #todaynews #AssamNews #viralvideoシ #hujainews #protestnews #dailynewsupdate
আজি গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
আজি গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত শিৱসাগৰৰ বিধায়ক অখিল গগৈ দেখা গ'ল এই ৰূপত ।
.
.
.
#timeofassam #rajibsadiya #AssamNews #assamesereels #AkhilGogoi #viralvideoシ
অসমৰ একাংশ তেল ডিপুত বৰ্তমান তেল দিয়াৰ নামত কি চলিছে
মন কৰক এই দৃশ্যটোলৈ, চাওক অসমৰ একাংশ তেল ডিপুত আচলতে তেল দিয়াৰ নামত চলে কি...?
.
.
.
#timeofassam #assamesereels #viralvideoシ #AssamNews #todaynews