G News 24

G News 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from G News 24, News & Media Website, Dispur, Guwahati.

28/08/2026

পুৱাৰ ভাগত অহা এজাক মূষলধাৰ বৰষুণৰ পিছতে জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। কৃতিম বানৰ কবলত সাতগাঁও আৰক্ষী থানা।
এজাক বৰষুণতেই বোকা পানীৰ লগত সহবাস কৰিব লগা হৈছে থানাখনৰ প্ৰতিজন আৰক্ষীৰ বিষয়া কৰ্মচাৰীয়ে। থানাখনৰ বেৰেকতো জলমগ্ন কৃতিম বানৰ পানীৰে। কৃত্ৰিম বানৰ কবলত পৰিছে থানাৰ নথি পত্ৰ সমূহ। আঁঠুলৈ পেন কোঁচাই থানালৈ আহিছে আৰক্ষী সকল। অতি কষ্টৰ মাজতে কৰ্তব্য সম্পাদন প্ৰতিজন আৰক্ষীৰ।

গুৱাহাটী ৰে’ল ষ্টেচনত মোবাইল চু/ৰি/ৰ ঘটনা ,RailMadad অভিযোগৰ ভিত্তিত অভিযুক্তক আটক, CCTV ফুটেজ বিশ্লেষণ কৰি চিনাক্ত চোৰ
28/08/2026

গুৱাহাটী ৰে’ল ষ্টেচনত মোবাইল চু/ৰি/ৰ ঘটনা ,RailMadad অভিযোগৰ ভিত্তিত অভিযুক্তক আটক, CCTV ফুটেজ বিশ্লেষণ কৰি চিনাক্ত চোৰ

28/08/2026

STF ৰ জালত অসম আৰক্ষীৰ লেন্স নায়ক কিৰন সিনহা
ড্ৰা/গ/ছৰ গোচৰত গ্ৰে/প্তা/ৰ হ'ল কিৰন সিনহা,
লগতে গ্ৰে/প্তা/ৰ মিজোৰামৰ দুই মহিলা এছ নেংপি বাইপেই আৰু ঙাইনেইচং,সৰবৰাহকাৰী কেইটাৰ পৰা ৩.৫০ কোটি টকাৰ ড্ৰা/গ/ছ জ/ব্দ কৰে STF য়ে ,ট্ৰেইনেৰে মিজোৰামৰ পৰা গুৱাহাটীলৈ আনিছিল ড্ৰা/গ/ছ খিনি

28/08/2026

মই কোৱা কথাখিনিয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত বহুত সহায় কৰিব, জুবিনৰ সামাজিক আৰু পেছাগত দিশক লৈ প্ৰশ্ন কৰিছিল অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই,সামাজিক দিশটোত নিজেই সিদ্ধান্ত লৈছিল জুবিন গাৰ্গে
প্ৰেছাগত দিশটো চোৱা চিতা বাবে আছিল সিদ্ধাৰ্থ শৰ্মা
সাক্ষ্য প্ৰদান কৰি ক'লে জুবিন গাৰ্গৰ বন্ধু হৰেশ্বৰ মহন্তই

28/08/2026

জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ প্ৰক্ৰিয়া অব্যাহত। আদালতত সাক্ষ্যদান কৰিবৰ বাবে উপস্থিত ডাঃ হিতেশ বৰুৱাই। জুবিন গাৰ্গক চিকিৎসা আগবঢ়াইছিল ডাঃ হিতেশ বৰুৱাই।

28/08/2026

মহানগৰীৰ বাবে নতুন নহয় কৃত্ৰিম বান। এজাক বৰষুণ দিলেই বানপানী সদৃশ পৰিৱেশ সৃষ্টি হয় মহানগৰীৰ প্ৰতিটো পথ-উপপথ । সম্প্ৰতি কৃত্ৰিম বানৰ সৈতে অভস্থ্য অভিজাত মহানগৰবাসী, শুকুৰবাৰে পুৱাৰ ভাগত অহা এজাক মূষলধাৰ বৰষুণৰ পিছতে মহানগৰীৰ প্ৰায়বোৰ পথত কৃত্ৰিম বানপানী হৈছে। এই দৃশ্য মহানগৰীৰ পাথৰকোৱাৰী-সাতগাঁও সংযোগী পথৰ। পথটো এতিয়া কৃত্ৰিম বানৰ কৱলত। কৃত্ৰিম বানৰ ফলত পথটোৰে যাতায়ত কৰা সাধাৰণ জনতা দুৰ্ভোগ ভুগিব লগীয়া হৈছে।

গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ জালত ৭ টাকৈ দু/ৰ্ধ/ৰ্ষ গাড়ী চো/ৰ, আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰে জড়িত ৭ দুৰ্বৃত্তক গ্ৰে/প্তা/ৰ...
28/08/2026

গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ জালত ৭ টাকৈ দু/ৰ্ধ/ৰ্ষ গাড়ী চো/ৰ, আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰে জড়িত ৭ দুৰ্বৃত্তক গ্ৰে/প্তা/ৰ, বহু চু/ৰি গাড়ী চক্ৰটোৱে বিক্ৰী কৰে বহি:ৰাজ্যত

28/08/2026

গুৱাহাটীৰ সিজুৱাৰীত বৃহৎ পৰিমাণৰ গো মাং/স উদ্ধাৰ, গো মাং/সৰ দোকানত বজৰং দলৰ সহযোগত আৰক্ষীৰ অভিযানহাতীগাঁও আৰক্ষীৰ অভিযানত ৮৫.২ কেজি গো মাং/স উদ্ধাৰ,দীৰ্ঘদিনে অবৈধ বেহা চলোৱাৰ অভিযোগ বিপনীখনৰ বিৰুদ্ধে ,ৰাষ্ট্ৰীয় বজৰং দলৰ মহানগৰ জিলা সমিতিৰ সহযোগত অভিযান, মহম্মদ ৰিজুৱান কুৰেছিৰ লাইচেঞ্চ ব্যৱহাৰৰ অভিযোগ, সিজুৱাৰীৰ দোকানখনত চলিছিল গো মাং/সৰ বেহা,অবৈধ মাং/খ বিক্ৰীৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

28/08/2026

মহানগৰীৰ বশিষ্ঠত ভ/য়ংক/ৰ ঘটনা ,নিজৰ চাৰ্ভিচ পি/ষ্ট/লেৰে মূৰত গু/লী/য়া/ই আ/ত্ম/হ/ত্যা আৰক্ষীৰ,
আৰক্ষী গৰাকীৰ নাম পৰীক্ষিত বৈশ্য , বশিষ্ঠৰ CID আৱাসিক এলেকাত বসবাস কৰিছিল আৰক্ষী জনে
জানিব পৰা মতে পৰিয়াল কেন্দ্ৰিক সমস্যাৰ বাবে আ/ত্ম/হ/ত্যা/ৰ দৰে চ/ৰ/ম পথ বাছি লয় লোক জনে ।

অব্যাহত আছে জুবিন গাৰ্গৰ মৃ/ত্যু/ৰ গোচৰৰ প্ৰক্ৰিয়া।আজি বিশেষ ফাষ্টট্রেক আদালতত সাক্ষ্যদান কৰিব নেমকেয়াৰ হস্পিতালৰ চিকিৎস...
28/08/2026

অব্যাহত আছে জুবিন গাৰ্গৰ মৃ/ত্যু/ৰ গোচৰৰ প্ৰক্ৰিয়া।
আজি বিশেষ ফাষ্টট্রেক আদালতত সাক্ষ্যদান কৰিব নেমকেয়াৰ হস্পিতালৰ চিকিৎসক,
আজিলৈ ৫৭ দিনত ভৰি দিলে আদালতত চলা বিচাৰ প্ৰক্ৰিয়া
৫৭ দিনত প্ৰায় ১১০ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে আদালতে
আজি আদালতত সাক্ষ্যদান কৰিব জুবিনৰ চিকিৎসাত জড়িত থকা চিকিৎসকে ডাঃ হিতেশ বৰুৱা আৰু হাৰেশ্বৰ মহন্ত ই

Address

Dispur
Guwahati

Website

Alerts

Be the first to know and let us send you an email when G News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share