Assam News 24X7

Assam News 24X7 You will get the unfiltered news in this page

10/10/2025

অসম আৰক্ষীৰ হাতত পৰিল জুবিন গাৰ্গৰ ভিচেৰা ৰিপৰ্ট৷

উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ অব‍্যাহতি বিচাৰি ডাইৰেক্ট ননীগোপাল মহন্তকেই পত্ৰ। 😇
09/10/2025

উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ অব‍্যাহতি বিচাৰি ডাইৰেক্ট ননীগোপাল মহন্তকেই পত্ৰ। 😇

🚨 বিজেপি নেতা ৰাজেন গোঁহাইৰ পদত্যাগ👉 দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ
09/10/2025

🚨 বিজেপি নেতা ৰাজেন গোঁহাইৰ পদত্যাগ
👉 দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ

🔸 জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা: DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ।
08/10/2025

🔸 জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা: DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ।

03/10/2025
🚨 জুবিন গাৰ্গ হ*ত্যা গোচৰত আইনী সুৰুঙাৰে বাচি যাব নেকি শ্যামকানু ফেষ্টিভেল মহন্ত👉 শ্যামকানুক সময় দিয়া হ’ল নেকি আত্মপক্ষ ...
03/10/2025

🚨 জুবিন গাৰ্গ হ*ত্যা গোচৰত আইনী সুৰুঙাৰে বাচি যাব নেকি শ্যামকানু ফেষ্টিভেল মহন্ত
👉 শ্যামকানুক সময় দিয়া হ’ল নেকি আত্মপক্ষ সমৰ্থনৰ
👉 জুবিন গাৰ্গ হ*ত্যা গোচৰত আগতীয়া জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ফেষ্টিভেল মহন্ত
👉 ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল শ্যামকানুৱে
👉 ৩০ ছেপ্টেম্বৰতে ছিংগাপুৰৰ পৰাই দাখিল কৰিছিল আবেদন
👉 ভাৰত চৰকাৰ, অসম চৰকাৰ, অসমৰ DGP, NIA আৰু CBIক প্ৰতিপক্ষ হিচাপে ৰাখিছে শ্যামকানুৱে
👉 অসমৰ অধিবক্তা নলৈ ৰাজ কমল নামৰ দিল্লীৰ অধিবক্তাৰ জৰিয়তে আবেদন
👉 ১ অক্টোবৰৰ নিশা দিল্লী বিমানবন্দৰত SITএ গ্ৰেপ্তাৰ কৰিছিল শ্যামকানুক
👉 উচ্চতম ন্যায়ালয়ৰ বন্ধ শেষ হ’লেই SCIN010567152025 নম্বৰ গোচৰটোৰ শুনানিৰ সম্ভাৱনা

02/10/2025

জুবিন গাৰ্গ হত্যা গোচৰত গ্ৰেপ্তাৰ শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত

🔷জুবিনৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু , সিদ্ধাৰ্থৰ হাতত লাগিল হেণ্ডকাফ 🔷৩০ৰো অধিক কনভয়, বুলেটপ্ৰুফ বাহনেৰে আহি CIDৰ কাৰ্য...
01/10/2025

🔷জুবিনৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু , সিদ্ধাৰ্থৰ হাতত লাগিল হেণ্ডকাফ
🔷৩০ৰো অধিক কনভয়, বুলেটপ্ৰুফ বাহনেৰে আহি CIDৰ কাৰ্যালয়ত উপস্থিত হ'ল দুই অভিযুক্ত

 #গ্ৰেপ্তাৰৰ পাছত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা
01/10/2025

#গ্ৰেপ্তাৰৰ পাছত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা

🔴
22/09/2025

🔴

🔴জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ সম্পত্তিৰ আখ্যান। সুৰঞ্জন দত্তৰ বিশেষ ফেচবুক পষ্ট।
22/09/2025

🔴জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ সম্পত্তিৰ আখ্যান। সুৰঞ্জন দত্তৰ বিশেষ ফেচবুক পষ্ট।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Assam News 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam News 24X7:

Share