NZNews

NZNews To provide all type of authentic and reliable information to the people. Through which people can get a way to see the nation.

04/09/2026

আজি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী।।নাওবৈচাত ভাৰত সেৱাশ্ৰম সংঘই বৰ্ণাঢ্য ৰূপত আয়োজন কৰিলে কাৰ্যসূচী।।হৰিৰ নামৰ ধ্বনিৰে মুখৰিত হ'ল আকাশ-বতাহ।।

02/09/2026

▶️শৈশৱৰ মধুৰ স্মৃতিৰে ৰঞ্জুমণি গগৈৰ নতুন গীত 'ল'ৰালি'ৰ শুভ মুক্তি।।

সংগীত জগতলৈ শৈশৱৰ স্মৃতি সজীৱ কৰা এক ব্যতিক্ৰমী উপহাৰ। প্ৰতিভাৱান শিল্পী ৰঞ্জুমণি গগৈৰ নতুন গীত 'ল'ৰালি' আজি আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰে। নাওবৈচাৰ বিলতিয়াস্থিত শিল্পীগৰাকীৰ পিতৃ গৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটিৰ শুভ উন্মোচন কৰা হয়।গীতটি যুটীয়াভাৱে উন্মোচন কৰে শিল্পী ৰঞ্জুমণি গগৈৰ পিতৃ গংগাৰাম গগৈ আৰু অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি সোমেশ্বৰ নাথে

01/09/2026
31/08/2026

▶️হিউমেন কেলকুলেটৰ ইউজিং এবাকাচৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন।।
▶️কুঞ্চ বড়োলৈ ‘শ্ৰেষ্ঠ মানৱ কেলকুলেটৰ ২০২৬’ বঁটা।।

23/08/2026

লখিমপুৰৰ উপ-আঞ্চলিক বনবিষয়া 'মতিন আহমেদ' আৰু লখিমপুৰৰ বিতৰ্কিত বন-মাফিয়াৰে গোপন মিতিৰালিৰ ভাইৰেল কল ৰেকৰ্ডিং।।

22/08/2026

▶️লখিমপুৰৰ বগীনদীত আৰক্ষীৰ বৃহৎ অভিযান।।
▶️জুৱাৰ ঘাটি উচ্ছেদ, নগদ ধন আৰু ম’বাইলসহ আটক ৬ জুৱাৰী।।

লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ আৰক্ষীয়ে এক সফল অভিযান চলাই এটা বৃহৎ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে। স্বতন্ত্ৰ প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত চলোৱা এই অভিযানত আৰক্ষীয়ে নগদ ধন, ম’বাইল ফোন আৰু তাচপাতসহ ৬ জন অভিযুক্তক হাতে-লোটে আটক কৰে।জব্দ কৰা *সামগ্ৰীৰ তালিকা:

নগদ ধন: মুঠ ২৩,৭৫০ টকাম’বাইল: ৭ টা ম’বাইল ফোনতাচপাত: ৫৮ খন খোলা তাচপাতনতুন তাচপাত: ২ পেকেট ক’লা ক’ভাৰৰ 'OPEL' প্লাষ্টিক খেলা তাচপাতঅন্যান্য: বহিবৰ বাবে ব্যৱহাৰ কৰা ২ খন প্লাষ্টিকৰ মেট ।।

12/08/2026

👉অসম-অৰুণাচল সীমান্তৰ উত্তেজনা
👉অৰুণাচলৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আৰু পথ অৱৰোধ আৰম্ভ

অসম-অৰুণাচল সীমান্তৰ বদতি-মিংমাং অঞ্চলত অসমীয়া ৰাইজৰ ওপৰত অৰুণাচলী দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দোষীক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ চৰম সীমা পাৰ হৈ যোৱাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে টাকাম মিচিং পৰিন কেবাং (TMPK) সহ কেবাটাও সংগঠনে এই অনিৰ্দিষ্টকালীন পথ তথা অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।

নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক তথা dy 365 ৰ লক্ষীমপুৰৰ ব্যুৰ' 'কৰুণা কৃষ্ণ নাথ'ক প্ৰদান কৰা হয় প্ৰয়াত নীলিম চৌধুৰী ...
11/08/2026

নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক তথা dy 365 ৰ লক্ষীমপুৰৰ ব্যুৰ' 'কৰুণা কৃষ্ণ নাথ'ক প্ৰদান কৰা হয় প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰনী সাংবাদিকতা বঁটা।।NZNEWS ৰ পৰিয়ালৰ তৰফৰ পৰা কৰুণা কৃষ্ণ নাথলৈ অভিনন্দন💐💐💐

03/08/2026

#মানুহে_মানুহৰ_বাবে...

মানৱতাৰ অনন্য নিদৰ্শন: উজনিৰ বানপীড়িতৰ কাষত লখিমপুৰ কদম ৰংপুৰীয়া জৰাধৰা গাঁৱৰ ৰাইজ।।
fans





30/07/2026

▶️ভাৰতীয় সংস্কৃতি ৰক্ষাৰ সংকল্পেৰে আয়োজিত 'সংস্কৃত ভাষাবোধন' বৰ্গৰ সামৰণি।।
▶️সংস্কৃত ভাৰতী লক্ষীমপুৰ জিলা শাখাৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছিল ‘সংস্কৃত ভাষাবোধন বৰ্গ’ৰ।।




Address

Guwahati

Alerts

Be the first to know and let us send you an email when NZNews posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share