24 Axom

24 Axom 24 Axom, News Channel

গুৱাহাটী - বৰপেটা পথত বৰতলা গাওঁত হোৱা পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিৰ মৃতদেহ ৰাজপথত থৈ অঞ্চল বাসীৰ প্ৰতিবাদ...
01/09/2024

গুৱাহাটী - বৰপেটা পথত বৰতলা গাওঁত হোৱা পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিৰ মৃতদেহ ৰাজপথত থৈ অঞ্চল বাসীৰ প্ৰতিবাদ,
দিনৰ ৩ বজাৰ পৰা গাড়ী চলা চল কৰিব পৰা নাই

ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাঁপ দিছিল ধৰ্ষণকাৰীয়ে। সলিল সমাধি ...
24/08/2024

ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাঁপ দিছিল ধৰ্ষণকাৰীয়ে। সলিল সমাধি তফাজ্জুল ইছলাম নামৰ ধৰ্ষণকাৰীটোৰ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।

09/07/2024

মদাহী চলাইছে অসম খন

08/07/2024

আপোনাৰ পত্নী আপোনাক কিমান ভাল পাই ?
জানিবলৈ কৰক তিনিটা প্ৰশ্ন।

07/07/2024

গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতিভাৱান ছাত্ৰী মূৰ্চনা দাসৰ কন্ঠই আপ্লুত কৰিব আপোনাক,

06/07/2024

বানৰ মাজতে নলবাৰীত ভয়ংকৰ অঘটন
নাওসহ পানীত ডুবিল ৮ জনকৈ লোক ।

06/07/2024
10/01/2024

প্ৰেম সকলোৱে কৰিব লাগে

08/01/2024

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিন উপলক্ষে ২২ জানুৱাৰী তাৰিখে সমূহ সনাতনী ৰাইজক বন্তি প্রজ্বলন কৰিবলৈ আহ্বান উগ্ৰতাৰা দেৱালয় সমিতিৰ,

07/01/2024

হিন্দুত্ববাদী সত্য ৰঞ্জন বৰাৰ মুখত আল্লাহু আকবৰ

05/01/2024

বন্ধ নমনা চালক সকলক গামোচাৰে আদৰণি জনালে একাংশ ট্ৰাক চালকে,

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when 24 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category