Biku Bikram Borah II

Biku Bikram Borah II Journalist

02/05/2025

বয়স মাত্ৰ এটা এটা সংখ্যা, আইতাৰ নিভাজ কথা কেইটাই আপোনাকো আকৃষ্ট কৰিব ❤️



15/04/2025

আমাৰ বিহু এনেকৈয়ে...


01/03/2025

অৱশেষত গুৱাহাটীত নিৰ্মাণ হৈ থকা টুইন টাৱাৰটো বিচাৰি পালো...

৮০০ কোটি টকাৰে বেতকুচিত নিৰ্মাণ হৈ আছে মুখ্যমন্ত্ৰীয়ে কৈ থকা টুইন টাৱাৰটো I সৰ্বানন্দ সোণোৱালে কোৱা ৬৫ মহলীয়া টুইন টাৱাৰটো পৰিবৰ্তে ১৬ মহলীয়া হ'ব এই টাৱাৰটো I " Integrated Directorate" য়ে হ'ব অসমৰ টুইন টাৱাৰ I


16/10/2024

বেদখলমুক্ত কৰা সোণাপুৰৰ কচুতলীত লক্ষ্মী পূজা



05/09/2024

আমি ঠুনুকুা আৱেগৰ মানুহবোৰে জেলৰ পৰা অহাৰ পিছত আকৌ চেলিব্ৰেটী সজাম নে চুমিক? ডিঙিত গামোচা খন পিন্ধাই দিম নে? আকৌ মঞ্চৰ মুখ্য অতিথি কৰিম নে? কোনোবাই কৰিব নে এই সাহস?



02/09/2024

গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া নিবিচাৰে যদি এইটো কাম কৰক

(বিদ্ৰ: কথাখিনি মোৰ লগত জড়িত নহয়...)

23/07/2024

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ আহিলে মেডিকেলৰ কাষত মাত্ৰ ১৫০ টকাত থকাৰ চৰকাৰী সুবিধা আছে। মাত্ৰ ৪০ টকাত খোৱাৰ সুবিধা আছে।

দুখিয়া , মধ্যবিত্ত পৰিয়ালৰ মানুহবোৰৰ সহায়ৰ বাবে ভিডিঅ'টো




20/07/2024

উন্নয়নৰ নামত প্ৰকৃততে ৰাজ্যৰ চিকিৎসা খণ্ডত চলিছে কি? ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ আজি পোষ্টমৰ্টেম। আজি নিশা ৯ বজাত কেৱল DY365 ত


Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Biku Bikram Borah II posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biku Bikram Borah II:

Share