Anurag-Assamese Magazine

Anurag-Assamese Magazine অনুৰাগ-অসমীয়া ত্ৰিমাসিক আলোচনী
মুখ্য সম্পাদকঃ ড০ হৰমোহন কলিতা
সম্পাদকঃ অশ্বিনী গগৈ
অনুৰাগ পাব্লিকেছনৰ দ্বাৰা প্ৰকাশিত। গুৱাহাটী-০৩

আজি আঠ আগষ্ট,২০২৬ তাৰিখে বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ হাজো (১৯৯৯) অধিৱেশনৰ সন্মানীয় সভাপতি চন্দ্ৰ প্ৰস...
08/08/2026

আজি আঠ আগষ্ট,২০২৬ তাৰিখে বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ হাজো (১৯৯৯) অধিৱেশনৰ সন্মানীয় সভাপতি চন্দ্ৰ প্ৰসাদ শইকীয়াৰ প্ৰয়াণ দিৱসত অনুৰাগ আলোচনী আৰু অনুৰাগ পাব্লিকেচনৰ হৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।
আমি আশাকৰোঁ তেখেতৰ সৃষ্টিৰাজিৰ দ্বাৰা সমাজখন প্ৰভাৱিত হৈ সাহিত্যৰ ভঁৰাল চহকী হৈ পৰক।
।। চিৰ চেনেহী মোৰ ভাষা জননী।।
ড' হৰমোহন কলিতা
মুখ্য সম্পাদক আৰু পৰিচালন সঞ্চালক
অনুৰাগ ত্ৰিমাসিক আলোচনী আৰু অনুৰাগ পাব্লিকেচনৰ হৈ --
০৮/০৮/২০২৬

With Nijara saikia – I'm on a streak! I've made it onto their weekly engagement list 5 weeks in a row. 🎉
07/08/2026

With Nijara saikia – I'm on a streak! I've made it onto their weekly engagement list 5 weeks in a row. 🎉

With অসম সাহিত্য সভা – I'm on a streak! I've been a top fan for 3 months in a row. 🎉
07/08/2026

With অসম সাহিত্য সভা – I'm on a streak! I've been a top fan for 3 months in a row. 🎉

With Karabi Saikia – I just got recognised as one of their top fans! 🎉
01/08/2026

With Karabi Saikia – I just got recognised as one of their top fans! 🎉

আবেলি ৫.৩০ বজাত হঠাৎ মোৰ ওচৰত থকা খিৰিকীখনত এটা শব্দ হ'ল। বাহিৰলৈ গৈ দেখিলোঁ যে --- এই চৰাইজনী চটফটাই আছে। নামটো নেজানো।...
01/08/2026

আবেলি ৫.৩০ বজাত হঠাৎ মোৰ ওচৰত থকা খিৰিকীখনত এটা শব্দ হ'ল। বাহিৰলৈ গৈ দেখিলোঁ যে --- এই চৰাইজনী চটফটাই আছে। নামটো নেজানো। মই ধৰি আনি হাতেৰে পিহি পিহি থকাত অলপ ভাল পালে। উৰিব পৰা হোৱাত তাক পঠিয়াই দিলোঁ। ভাল লাগিল মৃত্যুৰ পৰা বচাবলৈ পৰা বাবে ---
১ আগষ্ট,২০২৬ খ্ৰীষ্টাব্দ, শনিবাৰ , আবেলি ৫.৩০ বজা

29/07/2026

উজনি অসমৰ বানপানীৰ বৰ্তমানৰ সমস্যাটোৰ ক্ষেত্ৰত Assam Chambers of Commerce ক'ত আছে।
অসমত থকা আদানী- আম্বানী -পতঞ্জলিৰ একো খৱৰ নাই -

With Nijara saikia – I'm on a streak! I've made it onto their weekly engagement list 4 weeks in a row. 🎉
28/07/2026

With Nijara saikia – I'm on a streak! I've made it onto their weekly engagement list 4 weeks in a row. 🎉

With Minakshi Deka – I just got recognised as one of their top fans! 🎉
28/07/2026

With Minakshi Deka – I just got recognised as one of their top fans! 🎉

21/07/2026

ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ
শিকা, সত্যইহে মানুহক মহৎ
আৰু সম্ভ্ৰান্ত কৰে।
-- ড' বাণীকান্ত কাকতি

অসমৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী পূৰবী শৰ্মা আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ ...
14/07/2026

অসমৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী পূৰবী শৰ্মা আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৱেই অসমৰ ছবিজগতত অফুৰন্ত ক্ষতি হ'ল,যাক হয়তো কেতিয়াও পূৰণ কৰিব নোৱাৰে।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
ড' হৰমোহন কলিতা
মুখ্য সম্পাদক আৰু পৰিচালন সঞ্চালক
অনুৰাগ ত্ৰিমাসিক আলোচনী আৰু পাব্লিকেচনৰ হৈ
১৪ জুলাই,২০২৬ খ্ৰীষ্টাব্দ

Address

Chandmari
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Anurag-Assamese Magazine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category