Lawyer's Book Stall

Lawyer's Book Stall The Oldest Operating Publishing House and Bookseller of NE India - a benchmark of Assamese Literature

Just out! Latest Magnum Opus by Yeshe Dorjee Thongchi, Dholar Sewat Lamsiba. In his inimitable style of narrating realit...
15/11/2024

Just out! Latest Magnum Opus by Yeshe Dorjee Thongchi, Dholar Sewat Lamsiba. In his inimitable style of narrating reality through fiction, Thonchi brings to life the fight by a group of Arunachalee youths to protect their traditions and culture from alien religions

সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া অনুবাদৰ সৈতে ভাৰতীয় সাহিত্যৰ এক কলছাছ। তিনি দশকৰ পিছত পুনৰ মুদ্ৰন
19/03/2024

সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া অনুবাদৰ সৈতে ভাৰতীয় সাহিত্যৰ এক কলছাছ। তিনি দশকৰ পিছত পুনৰ মুদ্ৰন

Finally reprinted after a long wait in a new format.  The history of the Tai and the Tai Ahoms with emphasis on the Brah...
21/02/2024

Finally reprinted after a long wait in a new format. The history of the Tai and the Tai Ahoms with emphasis on the Brahmaputra Valley

18/10/2023

প্ৰথম বাৰৰ বাবে অসমীয়াত নোবেল বিজয়ী টনি মৰিছন। তেওঁৰ প্ৰথম উপন্যাস The Bluest Eye অৱশেষত ভাৰতীয় ভাষালৈ অনুবাদ। অনুবাদ...
02/11/2022

প্ৰথম বাৰৰ বাবে অসমীয়াত নোবেল বিজয়ী টনি মৰিছন। তেওঁৰ প্ৰথম উপন্যাস The Bluest Eye অৱশেষত ভাৰতীয় ভাষালৈ অনুবাদ। অনুবাদক অৰূপা পতংগিয়া কলিতাৰ বাহিৰে আন কোনো নহয়। ৬ নৱেম্বৰত মুক্তি পাব, অধিক জানিবলৈ এই পেজটো চাই থাকিব

অষ্টম শতিকাত চৰ্যাপদসমূহ প্ৰথম ৰচনা কৰা হৈছিল। প্ৰায় একে সময়তে শান্তিদেৱ নামেৰে জনাজাত নালন্দা বিশ্ববিদ্যালয়ৰ এজন বৌদ...
31/08/2022

অষ্টম শতিকাত চৰ্যাপদসমূহ প্ৰথম ৰচনা কৰা হৈছিল। প্ৰায় একে সময়তে শান্তিদেৱ নামেৰে জনাজাত নালন্দা বিশ্ববিদ্যালয়ৰ এজন বৌদ্ধ পণ্ডিতে বোধিচাৰ্য্যৱতৰ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। ধৈৰ্য্য, কৰুণা, সন্তুষ্টি, আত্ম-অনুশাসন আদি বিভিন্ন দক্ষতাক সুস্পষ্ট আৰু সৰল পদ্যৰূপত কেনেকৈ অনুশীলন কৰিব লাগে সেই বিষয়ে শিকোৱা গ্ৰন্থখনৰ মূল সংস্কৃত সংস্কৰণটো সময়ৰ বালিত হেৰাই গৈছিল। সৌভাগ্যক্ৰমে ইয়াৰ তিব্বতী অনুবাদ সংৰক্ষিত হৈ আছিল আৰু যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে। ইতিমধ্যে গ্ৰন্থখন বিভিন্ন ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষালৈ অনুবাদ কৰা হৈছে। গ্ৰন্থখন এতিয়া অসমীয়ালৈ অনুবাদ কৰিছে অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি য়েশ্বে দাৰ্জে ঠংচিয়ে।

দালাই লামাই তেওঁৰ প্ৰস্তাৱনাত লিখিছে, "অনুবাদকৰ কঠোৰ পৰিশ্ৰমৰ বাবে মই প্ৰশংসা কৰিছো আৰু আশা কৰো যে এই অনুবাদ অসমীয়া সমাজৰ বাবে শান্তি আৰু সুখৰ দিশত আগুৱাই যোৱা দৃষ্টিভংগী গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰেৰণা হ'ব পাৰে"।

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাব !!!!

Address

HB Road, Panbazar
Guwahati
781001

Opening Hours

Monday 10am - 8pm
Tuesday 10am - 8pm
Wednesday 10am - 8pm
Thursday 10am - 8pm
Friday 10am - 8pm
Saturday 10am - 8pm

Telephone

+919957187355

Alerts

Be the first to know and let us send you an email when Lawyer's Book Stall posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lawyer's Book Stall:

Share

Category