18/10/2025
সংগীত সম্ৰাট জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অহা ২০ আৰু ২১ অক্টোবৰৰ নিশা ৮:০০ বজাত 'জোনাক' চেনেলে আয়োজন কৰিছে সংগীতৰ এক অনুষ্ঠান 'পোহৰৰ অঞ্জলি- সুৰৰ মজিয়াত পোহৰৰ আৱেগ' ।
পুনৰ সম্প্ৰচাৰ নিশা ৯:৩০ বজাত
Jonack Channel Dish TV 1511, Airtel 634, Tata Play 1962, ACC 24, Nxt Play 324, GTPL 261 আৰু Jio TV 1122 নম্বৰত উপলব্ধ ।