Buses information of Assam

Buses information of Assam এই পেজ টো একমাএ অসমৰ বাছ সমূহক লৈ প্ৰস্তুত কৰা হৈছে . ইয়াত দিয়া প্ৰতিটো তথ্য বাছৰ গৰাকী আৰু বাছৰ কৰ্মচাৰীক লৈ আলোচনা কৰি ৰাইজৰ মাজলৈ মই আগবঢ়াই দিও.

আহি আছে 🚌🚌🚌🚌   এক নতুন পৰিচয় 🚌🚌🚌🚌     আৰু ৫ মাহ মান লাগিব🚌🚌🚌🚌        অসমৰ বাহিৰত চুপাৰ খন বনাই থকা হৈছে....🚌🚌🚌 #অসম  #ব...
20/10/2025

আহি আছে 🚌🚌🚌🚌

এক নতুন পৰিচয় 🚌🚌🚌🚌

আৰু ৫ মাহ মান লাগিব🚌🚌🚌🚌

অসমৰ বাহিৰত চুপাৰ খন বনাই থকা হৈছে....🚌🚌🚌
#অসম #বাছ #নতুন #চুপাৰ

19/10/2025

#অসম #বাছ #দুখন #নতুন #চুপাৰ #একেলগে
Body Construction Company

18/10/2025

স্নেহা 💐💐💐

চুপাৰ....💐💐💐💐💐

এক নতুন পৰিচয়....🚍🚌🚌🚌🚌

২×১ আৰামদায়ক আসন, সঠিক সময়ত ⏰💺

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক চলি আছে এই চুপাৰ খন...🚌🚌🚌🚌🚌🚌

সময় --- ⏰
গুৱাহাটীৰ পৰা --- ৯ বজাত ৰাতি,⏰
শিৱসাগৰ পৰা --- ৮ বজাত ৰাতিপুৱা.⏰

আগতীয়া টিকট লবলৈ -৮৪৭৪০৪৬৬৫২.📲

#অসম #বাছ #গুৱাহাটীৰ #পৰা #শিৱসাগৰ #লৈ ᩣシ

স্নেহা 💐💐💐        চুপাৰ....💐💐💐💐💐  এক নতুন পৰিচয়....🚍🚌🚌🚌🚌২×১ আৰামদায়ক  আসন, সঠিক সময়ত ⏰💺 গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনি...
18/10/2025

স্নেহা 💐💐💐

চুপাৰ....💐💐💐💐💐

এক নতুন পৰিচয়....🚍🚌🚌🚌🚌

২×১ আৰামদায়ক আসন, সঠিক সময়ত ⏰💺

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক চলি আছে এই চুপাৰ খন...🚌🚌🚌🚌🚌🚌

সময় --- ⏰
গুৱাহাটীৰ পৰা --- ৯ বজাত ৰাতি,⏰
শিৱসাগৰ পৰা --- ৮ বজাত ৰাতিপুৱা.⏰

আগতীয়া টিকট লবলৈ -৮৪৭৪০৪৬৬৫২.📲

#অসম #বাছ #গুৱাহাটীৰ #পৰা #শিৱসাগৰ #লৈ ᩣシ

মেক্স বাছ(অনামিকা) চুপাৰ💐💐💐💐💐💐 ১৯/১০/২০২৫  (দেওবাৰৰ) পৰা এই নতুন  যাত্ৰাৰ আৰম্ভ হব... 🚌🚌🚌🚌 ৰাইজ আৰু আমাৰ ফালৰ শুভেচ্ছা থ...
17/10/2025

মেক্স বাছ(অনামিকা) চুপাৰ💐💐💐💐💐💐

১৯/১০/২০২৫ (দেওবাৰৰ) পৰা এই নতুন যাত্ৰাৰ আৰম্ভ হব... 🚌🚌🚌🚌

ৰাইজ আৰু আমাৰ ফালৰ শুভেচ্ছা থাকিল মেক্স বাছ(অনামিকা) পৰিয়াললৈ.....🚍🚍🚍🚍

গুৱাহাটীৰ পৰা চুপাৰ খন - ৮.২০ বজাত ৰাতি ওলাব,⏰
শিৱসাগৰ পৰা - ৮.৪৫ বজাত ৰাতিপুৱা ওলাব.⏰

আগতীয়া টিকট লবলৈ --- ৯৪৩৫৫৭৩০৯৫,📲
৭০০২২৩৯৭৫৯.📲

এইখন চুপাৰ নগাঁও জিলাৰ পি. বি. চি কোম্পানীত বনোৱা হৈছে 🚌 Prakash Body Construction Company
MAX BUS

#অসম #বাছ #গুৱাহাটীৰ #পৰা #শিৱসাগৰ #লৈ #ৰাইজৰ #বাবে ᩣシ

16/10/2025

ৰাইজ🙏

গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ
আপোনালোকে গৈ ভাল পোৱা বৰ্তমান সময়ত কোন খন চুপাৰ ক কব ?..

ৰাইজৰ মতামত 🚍




#অসম #বাছ #ৰাইজৰ #মতামত #গুৱাহাটীৰ #পৰা #তিনিচুকীয়া #লৈ ᩣシ

লুংটা চুপাৰ 💐💐💐 এক নতুন পৰিচয় 🚌🚌সম্পূৰ্ণ শ্লীপাৰ বাছ 🚍🚍🚍গুৱাহাটীৰ পৰা শিলিগুৰি লৈ দৈনিক 🚌🚌 গুৱাহাটীৰ পৰা - ৬ বজাত সন্ধি...
15/10/2025

লুংটা চুপাৰ 💐💐💐

এক নতুন পৰিচয় 🚌🚌
সম্পূৰ্ণ শ্লীপাৰ বাছ 🚍🚍🚍

গুৱাহাটীৰ পৰা শিলিগুৰি লৈ দৈনিক 🚌🚌

গুৱাহাটীৰ পৰা - ৬ বজাত সন্ধিয়া,⏰
শিলিগুৰি পৰা - ৬ বজাত সন্ধিয়া ⏰

আগতীয়া টিকট লবলৈ - ৭৮৯৬০ ৫৪৯৪৯.📲

#অসম #বাছ #গুৱাহাটী #শিলিগুৰি

14/10/2025

মেক্স বাছ(অনামিকা) চুপাৰ💐💐💐

ৰাইজৰ আশীৰ্বাদ লৈ
আজি নগাঁও পি .বি. চি কোম্পানীৰ পৰা চুপাৰ খন সম্পূৰ্ণ কৰি ৰাইজৰ মাজলৈ ..........🚌🚌🚌🚌

ৰাইজে বাছত বিচৰা প্ৰস্ৰাৱগাৰৰ সুবিধা, টিভি ব্যৱস্থা কৰা হৈছে এই আৰামদায়ক সেৱা বাছ খনত.....💺🚍🚌

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক 🚍🚌
#অসম #বাছ #গুৱাহাটী #শিৱসাগৰ

মেক্স বাছ(অনামিকা) চুপাৰ💐💐💐ৰাইজৰ আশীৰ্বাদ লৈ আজি নগাঁও পি .বি. চি কোম্পানীৰ পৰা চুপাৰ খন সম্পূৰ্ণ কৰি ৰাইজৰ মাজলৈ .........
14/10/2025

মেক্স বাছ(অনামিকা) চুপাৰ💐💐💐

ৰাইজৰ আশীৰ্বাদ লৈ
আজি নগাঁও পি .বি. চি কোম্পানীৰ পৰা চুপাৰ খন সম্পূৰ্ণ কৰি ৰাইজৰ মাজলৈ ..........🚌🚌🚌🚌

ৰাইজে বাছত বিচৰা প্ৰস্ৰাৱগাৰৰ সুবিধা, টিভি ব্যৱস্থা কৰা হৈছে এই আৰামদায়ক সেৱা বাছ খনত.....💺🚍🚌

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক 🚍🚌



#অসম #বাছ #নতুন #গুৱাহাটী #শিৱসাগৰ #

12/10/2025

মেক্স বাছ💐💐💐

ৰাইজৰ বাবে
নতুন কৈ মুকলি হব গৈ আছে🚌🚌🚌🚌

ৰাইজে বাছত বিচৰা প্ৰস্ৰাৱগাৰৰ সুবিধা, টিভি ব্যৱস্থা কৰা হৈছে এই আৰামদায়ক সেৱা বাছ খনত.....💺🚍🚌

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক 🚍🚌💥💥💥

বাছ খন সম্পূৰ্ণ অসমত বনোৱা হৈছে....🚌

#অসম #বাছ #নতুন #
#গুৱাহাটী #শিৱসাগৰ

মেক্স বাছ💐💐💐ৰাইজৰ বাবেনতুন কৈ মুকলি হব গৈ আছে🚌🚌🚌🚌ৰাইজে বাছত বিচৰা প্ৰস্ৰাৱগাৰৰ সুবিধা, টিভি ব্যৱস্থা কৰা হৈছে এই আৰামদায...
12/10/2025

মেক্স বাছ💐💐💐

ৰাইজৰ বাবে
নতুন কৈ মুকলি হব গৈ আছে🚌🚌🚌🚌

ৰাইজে বাছত বিচৰা প্ৰস্ৰাৱগাৰৰ সুবিধা, টিভি ব্যৱস্থা কৰা হৈছে এই আৰামদায়ক সেৱা বাছ খনত.....💺🚍🚌

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক 🚍🚌💥💥💥

বাছ খন সম্পূৰ্ণ অসমত বনোৱা হৈছে....🚌

#অসম #বাছ #নতুন #
#গুৱাহাটী #শিৱসাগৰ

ৰাইজৰ বাবে ১২/১০/২০২৫ দেওবাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব 🚌🚌🚌🚌🚌ৰয়েল এক্সপ্ৰেছ চুপাৰ 💐নতুন পৰিচয় 🚍ৰাইজৰ মাজলৈ 🚌💺গুৱাহাটীৰ পৰা...
11/10/2025

ৰাইজৰ বাবে ১২/১০/২০২৫ দেওবাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব 🚌🚌🚌🚌🚌

ৰয়েল এক্সপ্ৰেছ চুপাৰ 💐

নতুন পৰিচয় 🚍
ৰাইজৰ মাজলৈ 🚌💺

গুৱাহাটীৰ পৰা শিৱসাগৰ লৈ দৈনিক 🚌🚌

গুৱাহাটীৰ পৰা- ৯.১৫ বজাত ৰাতিপুৱা,⏰
শিৱসাগৰ পৰা - ৮ বজাত ৰাতি,⏰

আগতীয়া টিকট লবলৈ 📲
-৯৩৯৫৮৬২৩৭০,📲
-৮১৩৫০১১৫৪০.📲

#অসম #বাছ

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Buses information of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share