News AXOM 24

News AXOM 24 NEWS FOR NATION
Welcome to News AXOM24 - the digital Assamese page of Assam This is the Guwahati based Digital News Portal

🚨 লকাপত শ্যামকানু-সিদ্ধাৰ্থ ।
01/10/2025

🚨 লকাপত শ্যামকানু-সিদ্ধাৰ্থ ।

  || শ্যামকানু আৰু সিদ্ধাৰ্থ ক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত। দুয়োকে কামৰূপ জিলা মূখ্য ন্যায়ামিক দণ্ডাধীশৰ সমূখত হাজিৰ। মূখ্...
01/10/2025

|| শ্যামকানু আৰু সিদ্ধাৰ্থ ক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত। দুয়োকে কামৰূপ জিলা মূখ্য ন্যায়ামিক দণ্ডাধীশৰ সমূখত হাজিৰ। মূখ্য ন্যায়িক দণ্ডাধীশৰ আৱাসত হাজিৰ কৰে দুয়োজনক।

01/10/2025

🚨 শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ।
👉 গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শৰ্মাক।
👉 গ্ৰেপ্তাৰৰ পিছতে দুয়োকে লৈ অনা হৈছে গুৱাহাটীলৈ।
|| || || || ||

01/10/2025

Shyamkanu Mahanta ক চোঁচৰাই ছিংগাপুৰৰ পৰা লৈ আনিছে অসম আৰক্ষীৰ CID SITৰ দুজনীয়া দলে । জুবিনৰ ৰাজহুৱা শ্ৰাদ্ধৰ দিনাই অসমবাসীৰ বাবে খবৰ।

LIVE

30/09/2025

মহাঅষ্টমীৰ দিনাও মহানগৰীৰ পূজাৰ মণ্ডপে মণ্ডপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ আদাবাৰীৰ আধুনিক এপাৰ্টমেন্টৰ পূজাৰ মণ্ডপত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

30/09/2025

|| পাণ্ডু আনন্দ নগৰ পূজাস্থলীত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা । মা দুৰ্গাৰ আশিস গ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ। উপস্থিত ৰাইজৰ সৈতেও মত বিনিময় ৰিণিকি ভূঞা শৰ্মাৰ।

30/09/2025

👉 বৰ্ষাপাৰাত শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিনৰ 'মায়াবিনী ৰাতিৰ বুকুত
👉 মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী মেচত জুবিনৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি শ্ৰেয়াৰ।

30/09/2025

বৰ্ষাপাৰাৰ সেউজ ঘাঁহনিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ। ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ কিছু দৃশ্য।
|| || || || ||

30/09/2025

জুবিনলৈ শ্ৰদ্ধাঞ্জলি বন্ধু পাপনৰ। গুৱাহাটীৰ বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত জুবিনৰ গীত গাই জনায় শ্ৰদ্ধাঞ্জলি।
|| || || || || ||

   চিৰ বৈৰি পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপ জয়   ৰ, তিলক বাৰ্মাৰ ৫৩টা বলত দুৰ্দান্ত ৬৯ ৰান সংগ্ৰহ...
28/09/2025

চিৰ বৈৰি পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপ জয় ৰ, তিলক বাৰ্মাৰ ৫৩টা বলত দুৰ্দান্ত ৬৯ ৰান সংগ্ৰহ

28/09/2025

মৰমৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত উদ্যোগপতি গৌতম আদানী।

👉 BTCৰ নতুন ৰাজনৈতিক সমীকৰণ।👉 NDAৰ অংশীদাৰী হোৱাৰ সম্ভাৱনা BPF।👉 ৫বছৰৰ মূৰত একেলগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু B...
28/09/2025

👉 BTCৰ নতুন ৰাজনৈতিক সমীকৰণ।
👉 NDAৰ অংশীদাৰী হোৱাৰ সম্ভাৱনা BPF।
👉 ৫বছৰৰ মূৰত একেলগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BPF চীফ হাগ্ৰামা মহিলাৰী।

Address

Guwahati
781012

Telephone

+918876898951

Website

Alerts

Be the first to know and let us send you an email when News AXOM 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News AXOM 24:

Share