07/03/2026
সংখ্যা জ্যোতিষী অনুপম ফুকনৰ ভৱিষ্যত বাণী পুনৰ এবাৰ সচাঁ হোৱাৰ দিশে , 19 ফেব্ৰুৱাৰী দিনটোতেই ভৱিষ্যত বাণী কৰিছিল যে এইবাৰ ভাৰতীয় ক্ৰিকেট দলেই বিশ্বকাপৰ ট্ৰফী জিকিব । বৰ্তমান সময়ত ইংলেণ্ডক হৰুৱাই ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই পুনৰ এবাৰ অনুপম ফুকনৰ নাম চৰ্চাত সোমাই পৰিছে । যোৱা তিনিটা বছৰত এটাৰ পাছত আন এটা ভৱিষ্যত বাণী তেখেতৰ সচাঁ হোৱা আমি দেখা পাইছো ।