News Assam Live

News Assam Live News & Entertainment website
(1)

01/07/2025

শংকৰ-আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেচন চামতাৰ উদ্যোগত এমহীয়া নাটক, নৃত্য আৰু চিনেমাৰ কৰ্মশালাৰ শুভাৰম্ভ ::::: আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ পশ্চিম চামতা হাইস্কুলৰ কমিউনিটি হ'লত শংকৰ-আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেচন চামতাৰ উদ্যোগত এমহীয়া নাটক, নৃত্য আৰু চিনেমাৰ কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে।

01/07/2025

মহানগৰীৰ কটাহবাৰী নিসিদ্ধ গো-মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

গড়চুক আৰক্ষীয়ে চলাই এই অভিযান
কটাহবাৰীৰ কেইবাখনো হোটেলত চলালে অভিযান
নিসিদ্ধ মাংস বিছাৰি গড়চুক আৰক্ষীৰ বিভিন্ন প্ৰান্তত অভিযান
বহিৰাগত এগৰাকী দুৰ্বীত্বৰ নেতৃত্বত কটাহাবাৰীত বিক্ৰী কৰা হৈছিল গো-মাংস
ইতিমধ্যে ব্যৱসায়ী গৰাকীক আটক কৰে আৰক্ষীয়ে ৷
অভিযানত জব্দ প্ৰায় ৭০ কেজি নিসিদ্ধ গো-মাংস

01/07/2025

টীয়ক জগদুৱাৰ বনাই হাইস্কুলত যোৰহাট দিৱস উপলক্ষ্য গ্ৰন্থদান কাৰ্যসুচী উদযাপন কৰা হয়। বনাই হাই স্কুলৰ পুথিভৰাললৈ শিক্ষক শিক্ষয়িত্ৰী , ছাত্ৰছাত্ৰীয়ে গ্ৰন্থ আগবহাই। টীয়ক ইমেডিয়া তৰফৰ পৰাও বনাই হাইস্কুলৰ পুথিভৰাললৈ গ্ৰন্থ প্ৰদান কৰা হয়। এই পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বহ্ন উপকৃত হব।

30/06/2025

ৰাজ্যৰ প্ৰকৃত দুগ্ধ পামৰ গৰাকী, গো-পালকক বঞ্চিত কৰি বিজেপিৰ মন্ত্ৰী-বিধায়কৰ আত্মীয়,পৰিবাৰক ৰাজসাহায্য প্ৰদান কৰা তথা গীৰ গাই কেন্দ্ৰিক দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটা জিলা কিষাণ কংগ্ৰেছ কমিটীয়ে আজি বৰপেটা টাউনত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আৰু দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়কৰ পদত্যাগৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে।।

30/06/2025

🟥 মুখ্যমন্ত্ৰীৰ কনভয়লৈ পানীৰ বটল দলিয়ালে কংগ্ৰেছীয়ে...

30/06/2025

মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ সহযোগ হৈছে মণিকাঞ্ছন। সেই গুৰুদুজনাৰ সৃষ্টিৰাজিক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইজনমান মহান ব্যক্তিয়ে এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হৈছিল ১৯৯৫ চনত। মণিকাঞ্চন আলোচনীৰ সম্পাদক আছিল অতি শদ্ধাৰ মুখেশ্বৰ শইকীয়া ছাৰ আৰু মহামান্য পদাধিকাৰ কৰুনাকান্ত কলিতা দেৱ।

30/06/2025

আজি ধেমাজিত উত্তাল প্ৰতিবাদ
ৰাজ্যৰ প্ৰকৃত দুগ্ধ পামৰ গৰাকী, গো-পালকক বঞ্চিত কৰি বিজেপিৰ মন্ত্ৰী-বিধায়কৰ আত্মীয়, পৰিবাৰক ৰাজসাহায্য প্ৰদান কৰা তথা গীৰ গাই কেন্দ্ৰিক দুৰ্নীতিৰ বিৰুদ্ধে ধেমাজি জিলা কিষাণ কংগ্ৰেছ কমিটী আৰু ধেমাজি জিলা কংগ্ৰেছ গোৰ্খা কোষে আজি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আৰু দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়কৰ পদত্যাগৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে।

30/06/2025

৩য় সদৌ গুৱাহাটী মুকলি শ্বটোকান কাৰাটে - ডো প্ৰতিযোগিতা

৩য় সদৌ গুৱাহাটী মুকলি স্কাটোকান -ডো প্ৰতিযোগিতা ৰ ১২ বছৰৰ মহিলা শাখাৰ কুমিটে আৰু কাটা দুয়োটা শাখাটে স্থান প্ৰাপ্ত হৰ্ষিতা নাথে ট্ৰফী লোৱাৰ এক মূহূৰ্ত ।

30/06/2025

প্ৰধানমন্ত্ৰী আবাস যোজনা (PMAY) আচঁনিৰ সুবিধা পোৱা নিলামবৰ নিৰ্মুলিয়া নামৰ এজন অন্ধ ব্যক্তিৰ ঘৰ সম্পূৰ্ণ নোহোৱাত ক্ষুভ উজাৰিলে লোক জনে।

29/06/2025

"চিৰ চেনেহী মোৰ ভাষা জননী"
নাহৰৰাৰী স্বর্ণ শাখা সাহিত্য সভা
আৰু নাহৰবাৰী আঞ্চলিক ক্রীড়া আক যুবকল্যাণ সংঘৰ উদ্যোগত
"প্রয়াত হিমাদ্রী শৰ্মা” ৰ সোঁৱৰণত পিতৃ চিত্ৰদেৱ শৰ্মা দেৱৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত গ্রন্থ
“তল সৰা শেৱালিৰ সুৱাস” উন্মোচনী আৰু
ইং- ২০২৪-২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ
অভিনন্দন সভা
স্থান: শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সভাগৃহ, নিজচপাই
তাৰিখ: ২৯ জুন ২০২৫, দেওবাৰ
সময়: দিনৰ ১২ বজা

29/06/2025

#শিৱসাগৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰীক সংগ দিলে বিধায়ক অখিল গগৈয়ে

29/06/2025

#টীয়ক জগদুৱাৰ বনাই বাৰেঘৰ অঞ্চলত এটা পৰিভ্ৰমী চৰাই উদ্ধাৰ। আজি ৰাতিপুৱা খেতিপথাৰত চৰাই জনি স্থানীয় লোকে চৰাইজনি প্ৰত্যক্ষ কৰে । ইতিমধ্য পৰিভ্ৰমী চৰাইজনি ৰজত বৰাই ঘৰতে চোৱাচিতা কৰিছে। চৰাইজনি অলপ আঘাতপাপ্ত। ৰজত বৰা আৰু স্থানীয় ৰাইজৰ সংবাদ মাধ্যমৰ জৰিয়তে সোনকালে বনবিভাগৰ লোকে পৰিভ্ৰমী চৰাইটোক উন্নত চিকিৎসা প্ৰদান কৰে যেন আৰু মুকলি কৰে যেন।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when News Assam Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam Live:

Share