Mun Gogoi

Mun Gogoi সকলোকে স্বাগতম জনাইছোঁ অভিনয় কৰি ভালপোৱা ছোৱালীজনীৰ পেজলৈ, আকোঁৱালি ল'ব বুলি আশা ৰাখিলোঁ 🙏

বেছি সোনকালে হ'ল সময়টো
27/07/2026

বেছি সোনকালে হ'ল সময়টো

05/07/2026

আমাৰ পুতু আৰু মাণুকণৰ ৰিল 🥰🤩🧿🥰❤️

গৰম চাই খাদ্য
05/07/2026

গৰম চাই খাদ্য

কেতিয়াবা নিজকে পৰীক্ষণ কৰিবও লাগে 🥰🤗
22/06/2026

কেতিয়াবা নিজকে পৰীক্ষণ কৰিবও লাগে 🥰🤗

06/06/2026

জ্বলিছে জ্বলিবলৈ দিয়া 🥵🥵 এই গৰমত সব জ্বলে।

Good morning 🌄
02/05/2026

Good morning 🌄

Hello 🤗
07/03/2026

Hello 🤗

04/03/2026

পাহৰো বুলিলেই কিছুমান সম্পৰ্ক কেতিয়াও পাহৰি যাব নোৱাৰি । একেলগে কটোৱা সময়বোৰ হাঁহিবোৰ ,ঘূৰিফুৰা দিনবোৰ,মন গ'লেই লগ পাবলৈ ঘৰ গৈ ওলোৱা সময়বোৰত স্বাৰ্থ নাছিল।

যি পৰিস্থিতিতে নাথাকক,যি ঠাইতে নাথাকক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ নাপাহৰিব শুভৰাত্ৰি 🤗
05/02/2026

যি পৰিস্থিতিতে নাথাকক,যি ঠাইতে নাথাকক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ নাপাহৰিব
শুভৰাত্ৰি 🤗

❤️
02/02/2026

❤️

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Mun Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share