Tiwa Pathra

Tiwa Pathra Email: [email protected]
Editor in chief: Dr. Dhiraj Patar
Editor: Janardan Patar
Advisor: Joges

05/04/2025

SOKOLA MUSHI TIWA MATE TIN TORAN' SEWA OSTONG
সকলোলৈকে তিৱা ভাষা দিৱসৰ শুভেচ্ছা জনালোঁ।

১৯৯৭ চনৰ আজিৰ (৫ এপ্ৰিল) দিনটোতেই অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে তদানিন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে তিৱা জাতীয় সংগঠনৰ মুৰব্বীসকলৰ মাজত ‘ তিৱা ভাষা সংস্কৃতি বিষয়ত এক আলোচনা অনুস্থিত হয়। উক্ত আলোচনাৰ অন্তত ‘তিৱা ভাষা আৰু লিপি চুক্তি ’ স্বাক্ষৰিত হয়। এই চুক্তিৰ দ্বাৰা তিৱা ভাষাই ৰোমান লিপিৰে মান্যতা লাভ কৰে।

National Tribal Film and Literature Festival ত Best Short Film আৰু Best Documentary ৰ খিতাপ অৰ্জন তিৱা ভাষাৰ Crossroads ...
30/03/2025

National Tribal Film and Literature Festival ত Best Short Film আৰু Best Documentary ৰ খিতাপ অৰ্জন তিৱা ভাষাৰ Crossroads আৰু Fire on Edge ৰ।

Tiwa Pathra, January issue 2025
15/01/2025

Tiwa Pathra, January issue 2025

Tawe phana Khola rajane Udpur Mela haje osa honga.
13/01/2025

Tawe phana Khola rajane Udpur Mela haje osa honga.

অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হব ঐতিহাসিক জোনবিল মেলা।
11/01/2025

অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হব ঐতিহাসিক জোনবিল মেলা।

তিৱা জাতিৰ পিতা ইন্দ্ৰছিং দেউৰী ( ইদং আমচি) ৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালনতিৱা পাথ্ৰা: তিৱা মাথনলাই তখ্ৰা, সদৌ তিৱা ছা...
21/08/2024

তিৱা জাতিৰ পিতা ইন্দ্ৰছিং দেউৰী ( ইদং আমচি) ৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

তিৱা পাথ্ৰা: তিৱা মাথনলাই তখ্ৰা, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা মহিলা সন্থা কাৰ্বি আংলং জিলাৰ উদ্যোগত মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেয়াবাত প্ৰাথমিক বিদ্যালয়ত তিৱা ফা ইন্দ্ৰছিং দেউৰী ( ইদং আমচি) ৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়। তিৱা জাতিৰ প্ৰথমটো সংগঠন লালুং দৰবাৰৰ প্ৰতিষ্ঠাতা তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ এসময়ৰ সদস্য আৰু অধ্যক্ষৰ পদ অলঙ্কৃত কৰা দেউৰী আছিল একেধাৰে বিশিষ্ট সাহিত্যিক, সমাজ সচেতক আৰু তিৱা জাতীয় সংগীতৰ স্ৰষ্টা। তেখেতৰ মৃত্যু হৈছিল ১৯৯৪ চনৰ ২০ আগষ্টত। তিৱা জাতীয় সংগঠনৰ উদ্যোগত দেউৰীয়ে পূৰ্বতে অধ্যয়ন কৰা কেয়াবাত প্ৰাথমিক বিদ্যালয়তেই তেখেতৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰে। কিন্তু দুখৰ বিষয় যে উক্ত কেয়াবাত প্ৰাথমিক বিদ্যালয় খন সম্প্ৰতি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কম হোৱাত বন্ধ হৈ পৰিছে। গতিকে এই সংক্ৰান্তত তিৱা জাতীয় সংগঠন কেইটাই কাৰ্বি আংলং স্বায়ত্ব পৰিষদ তথা অসম চৰকাৰক আহ্বান জনাই পাহাৰীয়া ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে পুনৰ জীৱিত কৰি তোলাৰ বাবে আহ্বান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য ডিo উফিং মাচলাইয়ে ইন্দ্ৰছিং দেউৰীৰ জাতিটোৰ প্ৰতি থকা অমূল্য অৱদানৰ কথা ব্যক্ত কৰি তেঁওৰ আদৰ্শক নৱ প্ৰজন্মই গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায়। তিৱা সাহিত্য সভাৰ কাৰ্বি আংলং জিলাৰ সম্পাদক তথা কেন্দ্ৰীয় মুখপত্ৰ সম্পাদক জনাৰ্দন পাটৰে তিৱা পিতাগৰাকীৰ স্মৃতিক যুগমীয়া কৰাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ হকে প্ৰতিমূৰ্তি নিৰ্মাণকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ হকে আহ্বান জনাই। সভাত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি, পদেশ্বৰ মিঠি, প্ৰাক্তন জিলা সম্পাদক জুনিছ লুম্ফুই, বিশিষ্ট তিৱা সাহিত্যিক ভি লেন খলাৰ, এটচু জিলা সম্পাদক অচ্যুত মচৰঙে বক্তব্য প্ৰদান কৰে। এটচুৰ জিলা সভাপতি ৰাহুল দৰফাঙৰ পৌৰহিত্যত অনুস্থিত সভাত উপস্থিত থাকে তিৱা সাংস্কৃতিক সমাজৰ সভাপতি কুমুদ মিঠি, এটচু উপদেষ্টা বকুল মচৰং, ৰূপক মচৰং আৰু সংগঠনৰ বিষয়ববিয়াসকল। দুই শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত সম্পূৰ্ণ তিৱা স্বকীয় পৰম্পৰাৰে স্মৃতি তৰ্পণ কৰাৰ লগতে ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয়। দেউৰী ৰচিত “অ আঙে তিৱা তচিমা ” শীৰ্ষক জাতীয় সংগীতেৰে সভা আৰম্ভ কৰাৰ লগতে তিৱা শিল্পী লুকাচ মাদাৰ আৰু তেওঁৰ সংগীৰ লগত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জিপাল কৰি তুলে।

Tiwa cinema SIKAISAL rojot komol man manga.তিৱা ছবি 'ছিকাইছাল'ৰ ৰজত কমল বঁটা লাভ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষ...
16/08/2024

Tiwa cinema SIKAISAL rojot komol man manga.
তিৱা ছবি 'ছিকাইছাল'ৰ ৰজত কমল বঁটা লাভ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণাৰ দ্বাৰা।

নতুন অধিসূচনাৰ জৰিয়তে তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত হল   পূৰ্বতে বাদ পৰি ৰোৱা ১১৩ খন নতুন গাঁও। ধেমাজি জিলাৰ তিৱা ৰ...
06/08/2024

নতুন অধিসূচনাৰ জৰিয়তে তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত হল পূৰ্বতে বাদ পৰি ৰোৱা ১১৩ খন নতুন গাঁও। ধেমাজি জিলাৰ তিৱা ৰাইজে লাভ কৰিব নতুন পৰিষদীয় সমষ্টি।

কাইলৈ ৪ আগষ্টত শুভমুক্তি পাব Tiwa Tribe ( Official) ৰ প্ৰযোজনাৰে এটি সুন্দৰ আধুনিক তিৱা গীতৰ video। Khonana 4 Agostw kis...
03/08/2024

কাইলৈ ৪ আগষ্টত শুভমুক্তি পাব Tiwa Tribe ( Official) ৰ প্ৰযোজনাৰে এটি সুন্দৰ আধুনিক তিৱা গীতৰ video।
Khonana 4 Agostw kisha kodal Tiwa kite video release hongo.

•• Audio Credits ••
- Singer: Manash Mihir Phamjong,
- Lyrics & Composition: Jiyaan Raj Hukai,
- Music: Angshu Puma,
- Mixing & Mastering: Dil Raj Deka,
- Production Unit: Tiwa Tribe (Official),
- Producer: Jyotishman Dekaraja Mosorong.
•• Video Credits ••
- Cast: Akash Bordoloi Hukai, Leeza Phanchong, Manash Mihir Phamjong,
- Director: Bhaskar Raag,
- Editor/Colour Grading: Bhaskar Raag,
- Producer: Jyotishman Dekaraja Mosorong, Arnav Lalung,
- Make-up: Pranab Raj,
- Costume Design: Mridupaban Mosorong,
- Cinematographer: Mriganka Das,
- Ariel: Jishu Doimari, Debojit Mondol,
- Lights: Kamal Bharali, Pal Boruah,
- Location: Greenwood Resort, Assam, Meghalaya, Maharashtra,
- Video Production: Tiwa Tribe (Official) Production Unit & Bhaskar Raag Visuals,
- Banner Design: Bhaskar Raag.

  January issue, 2024
23/01/2024

January issue, 2024

Address

A Bilingual News Paper (Tiwa And Assamese) Publidhed Four Issue In A Year
Guwahati
781014

Website

Alerts

Be the first to know and let us send you an email when Tiwa Pathra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tiwa Pathra:

Share