DESH TODAY

DESH TODAY We are DESH TODAY
We are ONE 'coz we work TOGETHER

TRUTH is the foundation of DESH TODAY
We are IMPERTIAL & HONEST
PEOPLE, for whom we WORK for
We take pride in delivering TRUST
UNIQUENESS and CREATIVITY are our motto
Citizen first, & NO COMPROMISE on it.

27/03/2026

-সামাজিক মাধ্যমত ব্যাপক চৰ্চা ৰাঘৱ চাদ্দা
-২৮ দিনৰ ৰিচাৰ্জ প্লেনক 'scam' আখ্যা
-বজাৰত উপলব্ধ বটলৰ Fruit juice সচাকৈ স্বাস্থ্যকৰ নে?
-সাংসদত বহু প্ৰশ্ন উত্থাপন ৰাঘৱ চাদ্দাৰ

25/03/2026

25/03/2026

🟥 বন্ধ হৈ যাব নেকি বিশ্বৰ ইণ্টাৰনেট?
🟥 ইৰাণে কৰিব পাৰে ডিজিটেল যুদ্ধ!
🟥 পাৰস্য উপ সাগৰীয় দেশত ডিজিটেল যুদ্ধৰ আশংকা
🟥 হৰমুজ প্ৰণালীৰ তলেৰে পাৰ হৈছে ফাইবাৰ কেবল
🟥 বিশ্বৰ ৯৫% ইণ্টাৰনেট ট্ৰেফিক পাৰ হয় ফাইবাৰ কেবলেৰে
🟥 ডিজিটেল যুদ্ধ হ’লে প্ৰভাৱিত হ’ব এছিয়া, ইউৰোপ, আফ্ৰিকা
🟥 প্ৰভাৱিত হ’ব পাৰে ভাৰতৰ ইণ্টাৰনেট সেৱাও
🟥 যুদ্ধ উত্তেজনাৰ বাবে বন্ধ হৈ আছে কেবল মেৰামতিৰ কাম

24/03/2026

🟥ইৰাণত হাঁহিয়াতৰ পাত্ৰত পৰিণত ট্ৰাম্প
🟥ৰন্ধন গেছৰ চিলিণ্ডাৰৰ আকাৰ হ্ৰাস হ’ব নেকি?
🟥গ্ৰাহকক ৰামঠগন দি আছে নেকি ম’বাইল কোম্পানীয়ে?
🟥কলম্বিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা
🟥দেশৰ সংসদীয় গণতন্ত্ৰত হ’ব নতুন অভিষেক

19/03/2026

🟥টিকট বিচাৰি অগপ কাৰ্যালয়ত বোন্দাপৰ জলেশ্বৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জাহিৰুল ইছলামৰ..

19/03/2026

19/03/2026

''বিগত বৰ্ষত দলে মোক প্ৰাৰ্থিত্ব দিয়া বাবে ধন্যবাদ আৰু কৃত্জ্ঞতা
জ্ঞাপন কৰিছো...এই বৰ্ষত পুনৰ দায়িত্ব দিয়াৰ বাবে মোৰ দায়িত্ব আৰু বাঢ়িল''- লখিমপুৰৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পূৰ্বে মানৱ ডেকা প্ৰতিক্ৰিয়া ।

19/03/2026

🟥বিজেপিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ নোহোৱাৰ পূৰ্বেই সমৰ্থকে ফুল চটিয়াই আদৰিলে মানৱ ডেকাক...

19/03/2026

19/03/2026

Address

3rd Floor, Exotica Arcade, G. S. Road
Guwahati
781005

Alerts

Be the first to know and let us send you an email when DESH TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DESH TODAY:

Share