Trishna Deka Keleng

Trishna Deka Keleng আপোনালোকে মোক সঁহাৰি জনাব, মই আপোনালোকৰ মতামত দিহা পৰামৰ্শ আশা কৰিলোঁ লগতে মোক follow কৰিব বুলি আশা ৰাখিলোঁ।।। জয় আই অসম।।।🙏🙏🙏🙏🙏🙏🙏🙏
(1)

20/10/2025

ন্যায় দিব ন্যায় পালিকাই কিন্তু আমাৰ মনত যে শান্তি নাই, প্ৰতিটো মুহূৰ্ত ত মন আৰু মগজুৰ যে মিল নাই। অসমত কি হয় আছে??!জুবিন দাৰ নিচিনা এগৰাকী সত্তাৰ যদি ন্যায় প্ৰদান কৰোঁতে বহু সময় লাগে ভগৱানে নকৰক আমি বোৰৰ যদি কেতিয়াবা কিবা এটা বিপদ হয়...... ভাবি ভাবি প্ৰায়ে টোপনি নাই ........ আমি বাৰু বুজি নাপাওঁ আইনী অধিকাৰৰ কথা, কোনে বা কিমান দিনলৈ বৃদ্ধি কৰিব আৰু দিনবোৰ ...... এটায়ে কথা সকলোৱে জানোঁ ন্যায় লাগিবই।।।

20/10/2025
 ゚viralシfypシ゚viralシal
19/10/2025

゚viralシfypシ゚viralシal


   ゚viralシfypシ゚viralシal
19/10/2025


゚viralシfypシ゚viralシal

18/10/2025

আজি কাতি বিহু, বহুতে কয় কাতি বিহু বা কঙালি বিহুৰ শুভেচ্ছা জনাব নালাগে কাৰণ কঙালি,কিন্তু মই ভবাৰ দৰে অলপ ভাবি চাই যদি কঙালি বিহু হয়, হলেও আমাৰ অসমীয়া সমাজ জীৱনৰ আন বিহুৰ দৰে মানিব লাগে কাৰণ অতীতত সকলোৱে কৃষি কৰ্মত ব্যস্ত আছিল বা অন্য কোনো কৰ্ম দক্ষতাৰে সজ্জিত নাছিল। কিন্তু এতিয়া সমাজ পৰিবৰ্তন হল , ঘৰে ঘৰে বেলেগ কৰ্মত জঢ়িত লোক আছে, গতিকে কৃষি কৰ্মত ভৰষা কৰিব নালাগে আৰু নিজৰ পৰিয়ালৰ বাবে ভালদৰে বিহু বুলি উপভোগ কৰিব পাৰে আন দুটা বিহুৰ দৰে।।।।। বেছি বহলাই আলোচনা নকৰোঁ সকলোকে আমনি নকৰোঁ। শেষত কাতি বিহুৰ শুভেচ্ছা জনালোঁ।।।।
বিহু হওঁক পূজা হওঁক বা অন্য কিবা হওঁক পাহৰি যোৱা নাই, জুবিন দাৰ ন্যায় লাগিব।।।


18/10/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

 ゚viralシfypシ゚viralシal
18/10/2025

゚viralシfypシ゚viralシal



Good morning everyone 🌞🌞🌞🌞  ゚viralシfypシ゚viralシal
18/10/2025

Good morning everyone 🌞🌞🌞🌞
゚viralシfypシ゚viralシal

17/10/2025

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Trishna Deka Keleng posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share