Ground Update

Ground Update Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ground Update, News & Media Website, Guwahati.

হঠাৎ অসুস্থ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল ,মুম্বাইৰ জেচলক চিকিৎসালয়ত ভৰ্তি হৈ আছে।
18/05/2026

হঠাৎ অসুস্থ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল ,মুম্বাইৰ জেচলক চিকিৎসালয়ত ভৰ্তি হৈ আছে।

গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। খেলি থকা অৱস্থাত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা ৮ বছৰীয়া...
18/05/2026

গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। খেলি থকা অৱস্থাত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা ৮ বছৰীয়া শিশু অনুজ প্ৰতীম শিৱমৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। সংকটজনক অৱস্থাত শিশুটিক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি শেষ নিশ্বাস ত্যাগ কৰে শিশুটিয়ে। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

17/05/2026

পেট্ৰ’ল-ডিজেল, এলপিজি গেছ আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই(এম)ৰ বিক্ষোভ; গোৱালপাৰাৰ বিধ্বস্ত ৰাস্তা পুনৰ নিৰ্মাণৰ দাবী।

17/05/2026

গোৱালপাৰাত এপ্ৰিল মাহত ১,১৪২টা স্বাস্থ্যজনিত ঘটনা: সৰ্বাধিক গৰ্ভাৱস্থাজনিত ৰোগী

12/05/2026

দুই মিনিট পলম হ’লেই সমালোচনা, কিন্তু ১০৮ কৰ্মীৰ তৎপৰতাত ৰক্ষা পৰিল এজনী ছাত্ৰীৰ জীৱন

12/05/2026

📌মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

১২ মে অৰ্থাৎ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ,অতুল বৰা,চৰণ বড়ো,ৰামেশ্বৰ তেল...
11/05/2026

১২ মে অৰ্থাৎ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ,অতুল বৰা,চৰণ বড়ো,ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু বিধান সভাৰ অধ্যক্ষ হ’ব ৰণজিৎ কুমাৰ দাস।

📌মুখ্যমন্ত্ৰী ৰূপে শপত ল'বলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যপালৰ অনুমোদন
10/05/2026

📌মুখ্যমন্ত্ৰী ৰূপে শপত ল'বলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যপালৰ অনুমোদন

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ হায়দৰাবাদস্থিত বাসগৃহত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
10/05/2026

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ হায়দৰাবাদস্থিত বাসগৃহত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গোৱালপাৰা জিলাৰ নিধানপুৰৰ জুব্বাৰ আলীৰ পুত্ৰ আমিনুৰ ইছলাম যোৱা ২ মে’ত কৰ্মসূত্ৰে বেংগালুৰুলৈ ৰাওনা হৈছিল। পিছদিনা ৰেলযাত...
10/05/2026

গোৱালপাৰা জিলাৰ নিধানপুৰৰ জুব্বাৰ আলীৰ পুত্ৰ আমিনুৰ ইছলাম যোৱা ২ মে’ত কৰ্মসূত্ৰে বেংগালুৰুলৈ ৰাওনা হৈছিল। পিছদিনা ৰেলযাত্ৰাৰ মাজতে তেওঁ নিৰুদ্দশ হয়। আজি অন্ধ্ৰ প্ৰদেশত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ নামি আহিছে।

তামিলনাডুৰ ৰাজ্যপাল Rajendra Vishwanath Arlekar-এ বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে। বিজয়ে কা...
09/05/2026

তামিলনাডুৰ ৰাজ্যপাল Rajendra Vishwanath Arlekar-এ বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে। বিজয়ে কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Ground Update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share