NATUN ASOM

NATUN ASOM 𝐒𝐡𝐨𝐰 𝐲𝐨𝐮𝐫 𝐭𝐫𝐮𝐬𝐭 -𝐅𝐨𝐥𝐥𝐨𝐰 𝐮𝐬 𝐟𝐢𝐫𝐬𝐭
𝐖𝐞 𝐰𝐢𝐥𝐥 𝐜𝐚𝐬𝐭 -𝐄𝐯𝐞𝐫𝐲𝐭𝐡𝐢𝐧𝐠 𝐯𝐞𝐫𝐲 𝐟𝐚𝐬𝐭
𝐈𝐧𝐜𝐥𝐮𝐝𝐢𝐧𝐠 𝐏𝐫𝐞𝐬𝐞𝐧𝐭 𝐟𝐮𝐭𝐮𝐫𝐞 𝐚𝐧𝐝 𝐩𝐚𝐬𝐭

Contact Us for Your Business Promotion : 9854371860
(1)

21/10/2025

জ্যোতিষ কুমাৰ শৰ্মাৰ এটি কবিতা জুবিন দাকলৈ...

18/10/2025

গহপুৰ মহকুমাৰ স্থিত ঐতিহ্যমণ্ডিত ৪২'ৰ স্বাধীনতা সংগ্ৰামী স্মৃতিসৌধ, চাৰেঙীয়াৰ ৰঙ্গ মঞ্চত কাতি বিহু উদযাপন।

16/10/2025

গহপুৰত কাচ নি*ধন l

16/10/2025

যোৱা কালি ঘোষণা কৰা অসম চৰকাৰৰ ADRE ( অসম প্ৰত্যক্ষ নিযুক্তি ) পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল গহপুৰৰ মৰমী বৰুৱাই।

16/10/2025

মুখ্যমন্ত্ৰীৰ ওচৰত গহপুৰৰ খিলঞ্জীয়া পৰিয়ালৰ কাতৰ অনুৰোধ ।

প্ৰিয়জন নোহোৱা হ'ল! মাজনিশা বিশেষ আহ্বান পত্নী গৰিমা গাৰ্গৰ
16/10/2025

প্ৰিয়জন নোহোৱা হ'ল! মাজনিশা বিশেষ আহ্বান পত্নী গৰিমা গাৰ্গৰ

15/10/2025

অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলৰ বিষয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য।

14/10/2025

গহপুৰত অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

14/10/2025

তদানিন্তন বিশ্বনাথ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে‌য়ে গহপুৰৰ ৰাধেশ্যাম চাহু পৰিয়ালৰ ভূমিৰ নামজাৰী বাতিল কৰি পুৰণি ৫০ নং পট্টাৰ প্ৰকৃত পট্টাদাৰ স্বৰ্গীয় কনধৰ আহোমৰ উত্তৰাধিকাৰী — বলিন গগৈ, মিনটু গগৈ আৰু দিলীপ গগৈ —ৰ নামত ভূমি নথিভুক্ত কৰিবলৈ আদেশ জাৰি কৰাৰ সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে বিভিন্ন তথ্য প্ৰকাশ কৰে স্বৰ্গীয় কনধৰ আহোমৰ পৰিয়ালে --লগতে ৰাধেশ্যাম চাহুৰ পৰিয়ালৰ বহু মিথ্যাচাৰ -তথ্য সহকাৰে অৱগত কৰে সংবাদ মাধ্যমৰে আগত।

 #সহায়_বিচাৰি_ৰাইজলৈ_অনুৰোধ #বিশ্বনাথ- গহপুৰৰ ধোপাবৰ গাঁওৰ নিবাসী এগৰাকী মাতৃ, নাম: সোনমনি বৰদলৈ,  হ্ৰদ ৰোগত(Rheumatic h...
14/10/2025

#সহায়_বিচাৰি_ৰাইজলৈ_অনুৰোধ
#বিশ্বনাথ- গহপুৰৰ ধোপাবৰ গাঁওৰ নিবাসী এগৰাকী মাতৃ, নাম: সোনমনি বৰদলৈ, হ্ৰদ ৰোগত(Rheumatic heart disease)আক্ৰান্ত হৈ GMCH ৰ ICU ত চিকিৎসাধীন হৈ ২৪ দিন থকাৰ পিছত চিকিৎসকে তেওঁলোকক জনাই যে এতিয়া তেওঁৰ double valve replacement surgery কৰিব লাগিব। কিন্তু দৰিদ্ৰ পৰিয়ালটিৰ বাবে অস্তোপচাৰৰ খৰছ বহন কৰাটো অসম্ভৱ হৈ পৰিছে।
সেয়ে পৰিয়ালে অনুৰোধ জনাইছে ৰাইজৰ পৰা কিছু আৰ্থিক সহায় বিচাৰি । পৰিয়ালৰ অনুৰোধ মৰ্মে পোষ্টতো ৰাইজৰ বাবে সহায় বিচাৰি share কৰিলোঁ । আশা কৰোঁ আপোনালোকে যি পাৰে আৰ্থিক ভাৱে সহায় কৰি দুখীয়া মাতৃ গৰাকীৰ
প্ৰাণ ৰক্ষা কৰিব ।

14/10/2025

অৰুনোদয় আচনিৰ ধন লাভে উৎফুল্লিত নাৰায়ণপুৰৰ মাজৰচাপৰি আয়টি সকলৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়ক ড' অমিয় কুমাৰ ভূঞালৈ অভিনন্দন শতাধিক মহিলাৰ

13/10/2025

ধলপুৰ আঞ্চলিক শাখাৰ পঞ্চবিংশতিতম শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহ উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়

Address

Guwahati
Guwahati

Alerts

Be the first to know and let us send you an email when NATUN ASOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NATUN ASOM:

Share