07/09/2026
🚨 জুবিন গাৰ্গ জীয়াই থাকোঁতে গোৱা গীতৰ বিশেষ মুহূৰ্ত
👉 জুবিন গাৰ্গে জীয়াই থাকোঁতে এই গীতটো পৰিৱেশন কৰিছিল
👉 ALIVE INDIA IN CONCERTত জুবলী আৰু জুবিন গাৰ্গে একেলগে গীত পৰিৱেশন কৰা দেখা গৈছিল
👉 দুইগৰাকী শিল্পীৰ এই যুটীয়া পৰিৱেশনে দৰ্শকৰ মাজত সৃষ্টি কৰিছিল উৎসাহ
👉 জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে এই ভিডিঅ’টো হৈ পৰিছে এক আৱেগিক স্মৃতি