Just Guwahati Things

Just Guwahati Things View Places ⛩️

01/06/2025

শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ ভিক্টৰ দাস।

30/05/2025

Brahmaputra River 😱😱😱

21/05/2025

গুৱাহাটীত একাংশ স্পাত চলে নাৰীৰ দেহ ব্যৱসায় 😱😱


20/05/2025

দেহত জু*ই* লৈ ৰবি শৰ্মাৰ নতুন অৱতাৰ।

17/05/2025

😐গুৱাহাটীত বিদ্যুৎৰ তাঁৰত লাগি জ্বলি গ’ল এজন শ্ৰমিক
😐কিছুসময় পূৰ্বে চানমাৰিৰ নিৰ্মীয়মাণ উৰণ সেতুত এই অঘটন

28/04/2025

ভয় ভাবুকিৰে গুণ্ডাৰাজ চলোৱা Himanta Biswa Sarma যদি ভাবিছে এনেকুৱা আক্ৰমন কৰি কংগ্ৰেছ দলক ভয় খোৱাব পাৰি তেন্তে তেঁও মূর্খৰ পৃথিৱীত বাস কৰিছে।

এই গুণ্ডাৰাজৰ উত্তৰ অসমৰ জনতাই ২৬ত দিবলৈ সাজু হৈছে।




27/04/2025

27/04/2025

অখিল গগৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে কিন্তু কিয় শুনক ৰাইজ 🙏🙏












26/04/2025

▶️'যিয়ে পাকিস্তানক সমৰ্থন কৰিব তাকে আমি গ্ৰেপ্তাৰ কৰিম।
▶️মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।


25/04/2025

পিতৃক কেনেদৰে শেষ কৰি দিছিল এই কণমানিটিৰ সন্মুখত? পেহেলগামত অপৰাধীয়ে হিন্দু মুছলমানক দুটা ভাগত ভাগ কৰি কিদৰে হিন্দুসকলক এফালৰ পৰা শেষ কৰি গৈছিল? কণমানিটিৰ চকুৰ আগত পিতৃক শেষ কৰি দিয়াৰ শিহৰণকাৰী বৰ্ণনা কৰিলে কেমেৰাৰ সন্মুখত।




25/04/2025

सबका साथ सबका विकास ‼️🙏






Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Just Guwahati Things posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share