Prime Update Assam 24x7

Prime Update Assam 24x7 নিৰ্ভীক আৰু নিৰপেক্ষ কণ্ঠ

25/08/2024

📌গুৱাহাটীত মুকলি কৰা হ'ল Fashion City ।
📌মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

25/08/2024

তীব্ৰ গতি বহু ক্ষতি...

ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক বিশ্ব শইকীয়াৰ দেহাৱসান। ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ব...
11/08/2024

ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক বিশ্ব শইকীয়াৰ দেহাৱসান। ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ব্যক্তিগৰাকিৰ।

08/08/2024

⭕খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ আৰম্ভণি অনুষ্ঠান। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উপস্থিতিত শুভাৰম্ভণি এই আঁচনিৰ।
⭕ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিখনক লৈ আনন্দিত বিধায়কগৰাকী। নিযুত মইনাৰ জৰিয়তে ছাত্ৰীসকল যথেষ্ট ধৰণে উপকৃত হোৱাৰ আশা বিধায়ক গৰাকীৰ।

07/08/2024

📌কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
📌মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে।

06/08/2024

⭕চলিত বৰ্ষৰ অসম চৰকাৰৰ "লোকসেৱা বঁটা" গোলাঘাট জিলা পৰ্যায়ত পাবলৈ সক্ষম হ'ল গোলাঘাট জিলাৰ দেৰগাঁৱৰ জিসান জংগম বৰা।
⭕ছাত্ৰ অৱস্থাৰ পৰাই জিসান জংগম বৰা বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত।তেখেত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁৱৰ কনিষ্ঠবৰ্গ সহায়ক হিচাপে বৰ্তমান কৰ্মৰত।

05/08/2024

⭕গেৰুৱা হৈ পৰিল খুমটাইৰ গৰঙা চাহ বাগিচা অঞ্চল।
⭕গোলাঘাটৰ গৰঙা চাহ বাগিচাৰ ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ তথা পিণাকধাৰীণি মা কালী মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত ব'ল বম ভক্ত আৰু শৈৱ মহাসংঘৰ সহযোগত মহাদেৱৰ‌ জলাভিষেক আৰু মহা বল বম সমাৰোহ অনুষ্ঠিত।

05/08/2024

📌শিৱসাগৰ ডাকঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ চকীদাৰৰ মৃতদেহ।
📌চকীদাৰ জনৰ নাম বুদ্ধেশ্বৰ গগৈ(৩২)। ডাকঘৰৰ ভিতৰতে হত্যাৰ সন্দেহ চকীদাৰ জনক।

05/08/2024

📌গোলাঘাটৰ আদৰ্শ গমাৰি পঞ্চায়তত বানপানীৰ কবলত কেইবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতি।

04/08/2024

▪️দৈয়াঙৰ কুঁহিপাত ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন।

28/07/2024

⭕গোলাঘাটৰ শাওঁতলী চাহ বাগিচাত জীৱন সঞ্জিৱনী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ।
⭕চকুত ছানি পৰা‌ ৰোগীৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰৰ ব্যৱস্থা।

28/07/2024

⭕গোলাঘাট লক্ষীবাৰীত কোচ ৰাজবংশীয় লোক নৃত্য, গীত আৰু বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ শিবিৰৰ আৰম্ভ।

Address

Guwahati

Telephone

+919854623628

Website

Alerts

Be the first to know and let us send you an email when Prime Update Assam 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share