NE News TV Assamese

NE News TV Assamese FASTEST AND THE TRUSTED NEWS CHANNEL OF NORTHEAST INDIA. NE News TV ASSAMESE
The voice of Northeast

06/11/2024

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাটো ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী পালন ।
ঐক্যতান সাংস্কৃতিক গোষ্ঠী লিডুৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে সুধাকন্ঠক স্মৰণ শীৰ্ষক অনুষ্ঠান সম্পন্ন ।

06/11/2024

PUWAR BATORI

04/11/2024

মেঘালয়ৰ নংপোত অসমৰ যুৱক-যুৱতীৰ মৃত্যু
শ্বিলঙলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা
ট্ৰাকত বাইকেৰে খুন্দিয়াই নিহত মৰাণৰ যুৱক-যুৱতী
শ্বিলঙৰ যাত্ৰাই অন্তিম যাত্ৰা হ’ল দুয়োৰে

04/11/2024

মেঘালয়ৰ নংপোত অসমৰ যুৱক–যুৱতীৰ মৃত্যু
শ্বিলঙলৈ যোৱা পথত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু দুয়োৰে
ট্ৰাকত বাইকেৰে খুন্দিয়াই নিহত মৰাণৰ যুৱক–যুৱতী
নিহত মৰাণৰ টেঙা দলঙৰ নীলোৎপল দুৱৰী

04/11/2024

খানাপাৰাত সংঘটিত দুৰ্ঘটনাৰ CCTV ভিজুৱেল
দীপাৱলীৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা
দুখন স্ক’ৰপিঅ’ৰ মাজত সংঘটিত হৈছিল দুৰ্ঘটনা

04/11/2024

বিহুৰ পিছত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি
মুঠ ৪০ হাজাৰ যুৱতীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য
অসম বাথৌ মহাসভাই লৈছে বিশেষ পদক্ষেপ

আমাৰ যুৱপ্ৰজন্ম সমাজৰ ডাঙৰ এক বোমাৰ দৰে- শিক্ষামন্ত্ৰী ৰণোজ পেগু
03/11/2024

আমাৰ যুৱপ্ৰজন্ম সমাজৰ ডাঙৰ এক বোমাৰ দৰে- শিক্ষামন্ত্ৰী ৰণোজ পেগু

02/11/2024

.

02/11/2024

.

01/11/2024

.

Address

PRAG TOWER ULUBARI
Guwahati
781007

Alerts

Be the first to know and let us send you an email when NE News TV Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share