ᎶᎪuᏒᎥᏢuᏒ

ᎶᎪuᏒᎥᏢuᏒ Our Town

গৌৰীপুৰ টাউনৰ মাজজিয়াত P C school ৰ সন্মুখত।
08/05/2025

গৌৰীপুৰ টাউনৰ মাজজিয়াত P C school ৰ সন্মুখত।

আমাৰ মানুহ বিলাকৰ কথা নো কি কম। নেতাই ধুবুনী পাৰ্কত কেইদিনমান আগতে বনোৱা  I ♥️ DHUBRI, The Heritage City টোৰ 'City' ৰ T ...
01/05/2025

আমাৰ মানুহ বিলাকৰ কথা নো কি কম। নেতাই ধুবুনী পাৰ্কত কেইদিনমান আগতে বনোৱা I ♥️ DHUBRI, The Heritage City টোৰ 'City' ৰ T টো খায় পেলালে।

01/05/2025

দুনীয়াৰ শ্ৰমিক এক হওঁক। খাটি খোৱাৰ বাবে আজি এক পৱিত্ৰ দিন।
পুঁজিপতি সমাজত শ্ৰমিক দিৱস যে কিমান গুৰুতত্বপূৰ্ন তাক ভাষাৰে বুজাব নোৱাৰি। সকলোকে মে দিৱসৰ শুভেচ্ছা থাকিল।

30/04/2025

প্ৰকৃতি কতই যে সুন্দৰ, এইফালে আমৰা গাছ কাটি কাটি মৰুভূমিৰ বানে এই প্ৰকৃতিক ধ্বংস কৰি আছং।

23/03/2025
20/03/2025

যোৱা কালি আমি জলপথৰ বেহাল পৰিস্থিতিৰ কথা উল্লেখ কৰিছিলো আমাৰ এই পেজত, লঞ্চৰ গোটেই ছাদত মাল আৰু মাল। আজিয়েই ব্ৰহ্মপুত্ৰৰ বুকুত নাও দূৰ্ঘটনা ।
ধুবুৰী-জলেশ্বৰ অভিমুখী আছিল যন্ত্ৰচালিত নাওখন,
অত্যাধিক সামগ্ৰী কঢ়িওৱাৰ ফলত দূৰ্ঘটনাৰ অভিযোগ যাত্ৰীৰ।

জলপথ ব্যবস্থা, মানে এক ভয়াবহ অভিজ্ঞতা। লন্চৰ ছাদত মাছৰ কাৰ্টন, তাৰ পৰা বৰফ গলি পানি  তলত থকা যাত্ৰীৰ গাত টিপ টিপ কৈ পৰি...
19/03/2025

জলপথ ব্যবস্থা, মানে এক ভয়াবহ অভিজ্ঞতা। লন্চৰ ছাদত মাছৰ কাৰ্টন, তাৰ পৰা বৰফ গলি পানি তলত থকা যাত্ৰীৰ গাত টিপ টিপ কৈ পৰি থাকে। ছাদত কমপক্ষে ২০/৩০ টা কৈ বাইক উঠাব, শৌচ লাগিলেও বাইকৰে ৰাস্তা বন্ধ বাবে যাব নোৱাৰিব। কিবাকে যদি অলপ ঠাই বাকি থাকে তেন্তে তাত ফলৰ কাৰ্টন আৰু মুৰ্গি (কুকুৰা) ।

বিধায়ক ছামচুল হুদাৰ বিৰুদ্ধে গোচৰ ৰুজু গৌৰীপুৰ আৰক্ষী চকীত। ভুক্তভোগী আৰু বৃহত্তৰ গৌৰীপুৰ দেশী যুৱ ছাত্ৰ মঞ্চই তৰিলে গোচ...
18/03/2025

বিধায়ক ছামচুল হুদাৰ বিৰুদ্ধে গোচৰ ৰুজু গৌৰীপুৰ আৰক্ষী চকীত। ভুক্তভোগী আৰু বৃহত্তৰ গৌৰীপুৰ দেশী যুৱ ছাত্ৰ মঞ্চই তৰিলে গোচৰ।

18/03/2025

বিলাসীপাৰাত বিধায়কৰ ৰুদ্ৰমূৰ্তি।
আধাৰশিলা স্থাপনৰ সময়ত এজন নিৰীহ ব্যক্তিক প্ৰহাৰ। কোন দিশে গতি কৰি আছে আমাৰ গনতান্ত্রিক শাসন ব্যবস্থা?

18/03/2025

ধুবুৰী টাউনত ট্ৰাক চলাচলত কোনো সময়সূচী নাই নেকি? নুনিয়াপট্টিত গোটেই দিন ট্ৰাক সোমাই জাম লগাই দিয়ে। মিশন ৰোড, কলেজ ৰোড সকলোতে একে অবস্থা।
বিষ্ণু চিনেমা হলৰ ওচৰত ট্ৰাকৰ কৃপাত লঞ্চ ফেল কৰিলো। বউ বজাৰ দি ঘুৰি অহাৰ সময়তো ৰেল ক্ৰচিং বটেৰতলত ট্ৰাকৰ দাদাগিৰি, ৰোড জাম কৰি দি থৈছে। শেষত আই জি ৰোডত ট্ৰাকৰ এটা ভিডিও কৰিলোঁ।

Address

Guwahati
783331

Alerts

Be the first to know and let us send you an email when ᎶᎪuᏒᎥᏢuᏒ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share