11/05/2025
যোৱাকালি হোৱা বতাহ ধুমুহাত যদি কৰবাত ক্ষতি হোৱা , গছ পৰা, বৈদ্যুতিক প্ৰৱাহ বহন কৰা তাঁৰ ছিঙা পৰিলক্ষিত হৈছে, তেন্তে GPS Location সহ আপোনালোকক WhatsApp নম্বৰটো জনাবলৈ অনুৰোধ জনালোঁ । ধন্যবাদ
WP- 7575999666