Guwahati Digital

Guwahati Digital Welcome to Guwahati Digital - This is the official page of Guwahati Digital. Follow the page for latest updates. Keep watching & stay ahead

26/08/2026

বহুকেইটা নতুন প্ৰকল্প আৰু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে : মুখ্যমন্ত্ৰী

26/08/2026

নেপালত জলপ্রলয়। এফালৰ পৰা সকলো উটুৱাই নিছে বানে।

26/08/2026

শিহৰণকাৰী দৃশ্য। নেপালৰ প্ৰলয়ংকাৰী বানৰ দৃশ্য বন্দী CCTV ত। চাওঁক চকুৰ পলকতে কেনেকৈ বানে সকলো ধ্বংস কৰিলে।

26/08/2026

নেপালত প্ৰলয়ংকাৰী বান। চকুৰ পলকতে বানৰ ঢলে উটুৱাই নিলে সকলো।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ড° দেৱজিৎ মহন্তৰ প্ৰশ্ন ৰাইজৰ দলৰ নেত্ৰী ড° জ্ঞানশ্ৰী বৰালৈ
26/08/2026

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ড° দেৱজিৎ মহন্তৰ প্ৰশ্ন ৰাইজৰ দলৰ নেত্ৰী ড° জ্ঞানশ্ৰী বৰালৈ

26/08/2026

ড° জ্ঞানশ্ৰী বৰা জড়িত হৈ আছে নেকি কয়লা ছিণ্ডিকেটৰ সৈতে? : ড° দেৱজিৎ মহন্ত

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত উদ্বেগজনক বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা।
25/08/2026

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত উদ্বেগজনক বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা।

25/08/2026

গুৱাহাটীত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিশা হাতীগাঁও বকুলবন হাউছিং কমপ্লেক্সত চুৰিকাণ্ড। CCTV ত বন্দী চোৰ।

নতুন দিল্লীত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।           ...
24/08/2026

নতুন দিল্লীত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।


Nitin Gadkari Himanta Biswa Sarma

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ অনুৰোধ।
24/08/2026

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ অনুৰোধ।

Address

Guwahati
781028

Website

Alerts

Be the first to know and let us send you an email when Guwahati Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share