Assam Vision আছাম ভিজন

Assam Vision আছাম ভিজন নিৰ্ভীক স্বতন্ত্ৰ সাংবাদিকতা...

22/10/2025

কিয় মুখ্যমন্ত্ৰী প্ৰতিদিনেই ট্ৰেণ্ডিংত থাকে ?
22/10/2025

কিয় মুখ্যমন্ত্ৰী প্ৰতিদিনেই ট্ৰেণ্ডিংত থাকে ?

22/10/2025

"আপুনি পদত‍্যাগ কৰিলে যদি অসমত আন্দোলন শেষ হৈ যায়, আপুনি তাৰাতাৰি পদত‍্যাগ নকৰে কিয়" : অখিল গগৈ

বিশ্ববাসীৰ আগত জনসাধাৰণৰ প্ৰথমটো আৰু অদ্বিতীয় ডিজিটেল আন্দোলন। সমগ্ৰ বিশ্বই হয়তো এনে আন্দোলন কাহানিও দেখা নাই। বিশ্ববাসী...
19/10/2025

বিশ্ববাসীৰ আগত জনসাধাৰণৰ প্ৰথমটো আৰু অদ্বিতীয় ডিজিটেল আন্দোলন। সমগ্ৰ বিশ্বই হয়তো এনে আন্দোলন কাহানিও দেখা নাই। বিশ্ববাসীৰ দৃষ্টিগোচৰ হোৱাকৈ সম্পূৰ্ণ হ'ল দুই মিলিয়ন ....
এইবাৰ লক্ষ্য তিনি মিলিয়ন, পাৰিম নে আমি?

সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ আন এটা বিষয়। আপোনাৰ মতে ননীগোপালে কি কৰা উচিত??
10/10/2025

সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ আন এটা বিষয়। আপোনাৰ মতে ননীগোপালে কি কৰা উচিত??

"মই জুবিনদাৰ অনুৰাগী হয় নে নহয়  নাজানো। কিন্তু আমাৰ হৃদয়ৰ সম্পৰ্ক কোনেও ভাঙিব নোৱাৰে। কাৰণ আমি কমৰেড": অখিল গগৈ
10/10/2025

"মই জুবিনদাৰ অনুৰাগী হয় নে নহয় নাজানো। কিন্তু আমাৰ হৃদয়ৰ সম্পৰ্ক কোনেও ভাঙিব নোৱাৰে। কাৰণ আমি কমৰেড"
: অখিল গগৈ

🕳অনুপম চক্ৰৱৰ্তীয়ে(সাংবাদিক)এৰিব চাকৰি!!জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ স’তে জড়িত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া যুৱক এজনক ৰক্ষন...
03/10/2025

🕳অনুপম চক্ৰৱৰ্তীয়ে(সাংবাদিক)এৰিব চাকৰি!!
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ স’তে জড়িত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া যুৱক এজনক ৰক্ষনাবেক্ষন দিবলৈ চেষ্টা কৰাৰ অভিযোগ সতীৰ্থৰ বিৰুদ্ধে । জুবিন গাৰ্গ ঘটনা সন্দৰ্ভত আন এক অভিযোগ তুলিলে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে।
#অসমীয়ানিউজ

  কি শাস্তি হোৱাতো আপুনি বিচাৰে ?
03/10/2025

কি শাস্তি হোৱাতো আপুনি বিচাৰে ?

জেষ্ঠ সংবাদিকৰ ওপৰত অভিযোগ উত্থাপন কৰি বিষেশ ফেচবুক পষ্ট
30/09/2025

জেষ্ঠ সংবাদিকৰ ওপৰত অভিযোগ উত্থাপন কৰি বিষেশ ফেচবুক পষ্ট

জুবিনদাৰ ন‍্যায়ৰ দাবীৰে অনিৰ্দ্দিষ্টকালিন ধৰ্মঘট আৰম্ভ কৰিলে অখিল গগৈয়ে
30/09/2025

জুবিনদাৰ ন‍্যায়ৰ দাবীৰে অনিৰ্দ্দিষ্টকালিন ধৰ্মঘট আৰম্ভ কৰিলে অখিল গগৈয়ে

  আকৌ প্ৰতিবাদী হৈ উঠিল অখিল গগৈ, প্ৰয়োজনত এৰিব বিধায়ক পদ ,এৰিব ৰাজনীতি
30/09/2025


আকৌ প্ৰতিবাদী হৈ উঠিল অখিল গগৈ, প্ৰয়োজনত এৰিব বিধায়ক পদ ,এৰিব ৰাজনীতি

Address

Guwahati

Telephone

+916900610856

Website

Alerts

Be the first to know and let us send you an email when Assam Vision আছাম ভিজন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Vision আছাম ভিজন:

Share