19/09/2025
আমাৰ সকলোৰে মৰমৰ ৰাকু ওৰফে (ৰঞ্জন বৈশ্য) যি Black and white ইউটিউব চেনেলৰ জৰিয়তে ৰাইজৰ মাজত এখন চিনাকি মুখ হৈ পৰিছিল | আজি তেওঁ তেওঁৰ সকলো অনুৰাগীক কন্দুৱাই আমাৰ ওচৰৰ পৰা এই সংসাৰ এৰি গুছি গ'ল। তেওঁ যতে থাকে তাতে শান্তিত থাকক তাৰে কামনাৰ বিদায় জনালোঁ ৰাকু ভাই
। ওম শান্তি ওম শান্তি ওম শান্তি।🙏💔