অনুৰণন হৃদয়ৰ স্পন্দন

  • Home
  • অনুৰণন হৃদয়ৰ স্পন্দন

অনুৰণন হৃদয়ৰ স্পন্দন Its a Digital Media where we share our work like Interview,News etc...

30/10/2025

কেই মাহ মানৰ আগতে প্ৰিয় শিল্পীগৰাকীৰ লগত কথা পাতিছিলো।তেখেতৰ বাসগৃহতেই এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো। তেওঁৰ অন্তৰ আত্মাত লুকাই থকা শিল্প সাধনাক, সুন্দৰকৈ প্ৰকাশ কৰিছিল। সুদৰ্শন পুৰুষ জনৰ গাম্ভীৰ্যপূৰ্ণ কণ্ঠ, সুন্দৰ মনটোৰ মাজতেই সকলোখিনি প্ৰতিফলিত হৈছিল। প্ৰিয় শিল্পীগৰাকীক প্ৰণাম জনাইছো।

29/10/2025

সৃষ্টিৰ আঁৰতো লুকাই থাকে, বহু অকথিত কাহিনী.....

28/10/2025

আপোন গাঁওখন, হেপাহৰ নদীখন, বিশাল আকাশখন, এয়াই সৃষ্টিৰ কঠিয়াতলী।

27/10/2025

এখন সমাজ, এগৰাকী নাৰী আৰু জীৱন যাত্ৰা।

26/10/2025

শিক্ষক, ছাত্ৰ ছাত্ৰীসকল আৰু শৈক্ষিক বাতাবৰণ।

25/10/2025

✍️গৱেষণা লব্ধ এটি মন লৈ
✍️এগৰাকী চিকিৎসকৰ ৰূপত
✍️সৰ্বসাধাৰণৰ মাজত
✍️সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে আগবাঢ়িছে ডা: গায়ত্ৰী গগৈ
✍️BLACK BUCK AWARD প্ৰাপক ডা: গায়ত্ৰী গগৈ
✍️প্ৰাধ্যাপক,ৰোগতত্ব বিভাগ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়
✍️মনমৰমী মহন্তৰ সৈতে...

25/10/2025

শৈশৱৰ সোণোৱালী সপোন, সোণোৱালী সময় আৰু আমিবোৰ।

24/10/2025

সৃষ্টিৰ এক বিশাল সত্ত্বাক সামৰি, সমাজখনক কেৱল বিলাই দিব বিচৰা প্ৰাণৰ শিল্পীজন।

23/10/2025

জুবিন গাৰ্গ, তেওঁৰ শিল্প সত্ত্বা, আৰু আমিবোৰ।

22/10/2025

জুবিন যুগৰ, সোণোৱালী সময়ৰ, সোণোৱালী গীত।

20/10/2025
19/10/2025

বাধা বন্ধনহীন মুকলিমুৰীয়া মন , প্ৰচণ্ড ইচ্ছাশক্তি আৰু সকলোকে বিলাই দিয়াৰ মাজতেই আছিল মৰম আকলুৱা এটি কোমল প্ৰাণ।

Address


Alerts

Be the first to know and let us send you an email when অনুৰণন হৃদয়ৰ স্পন্দন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share