Raju Kalita

Raju Kalita সাংবাদিক
(1)

আছুৰ ন্যায় সমদল
23/10/2025

আছুৰ ন্যায় সমদল

জয় জুবিন দা
23/10/2025

জয় জুবিন দা

চিনি পাইছে নে ঘৰখন
22/10/2025

চিনি পাইছে নে ঘৰখন

জয় জুবিন দা
19/10/2025

জয় জুবিন দা

সোণাপুৰৰ ছবি, কেবল মানুহ আৰু মানুহ
19/10/2025

সোণাপুৰৰ ছবি, কেবল মানুহ আৰু মানুহ

সকলো লৈ কাতি বিহুৰ শুভেচ্ছা থাকিল
18/10/2025

সকলো লৈ কাতি বিহুৰ শুভেচ্ছা থাকিল

জুবিন গাৰ্গৰ ঘৰত ৰাহুল গান্ধী
17/10/2025

জুবিন গাৰ্গৰ ঘৰত ৰাহুল গান্ধী

বাক্সাত সাংবাদিকৰ উপৰত আক্ৰমণ কৰা হৈছিল, ভূলবসত শিল পৰা নাছিল সাংবাদিকৰ গাত , এয়া প্ৰমান তাৰ , কেমেৰা লগাই থব লগা পৰিস্...
16/10/2025

বাক্সাত সাংবাদিকৰ উপৰত আক্ৰমণ কৰা হৈছিল, ভূলবসত শিল পৰা নাছিল সাংবাদিকৰ গাত , এয়া প্ৰমান তাৰ , কেমেৰা লগাই থব লগা পৰিস্থিতি হৈছিল তাত এয়া কাৰ উচতনিত হৈছিল। সেয়া চিনাক্ত কৰাৰ সময় আহিল

আহত আটাইকেইজন সতীৰ্থৰ সুস্থ কামনা কৰিলো । সকলো সুস্থ হৈ উঠক সোনকালেই

( ফটো গুঞ্জন দা পৰা লোৱা)

16/10/2025

বন্ধু DY 365 ৰ সাংবাদিক জয়ন্ত শৰ্মাই কালি আ/ঘাত প্ৰাপ্ত হৈছে বাক্সাত হোৱা ঘটনাত । জয়ন্ত শৰ্মাৰ মোবাইল ফোন কাঢ়ি লোৱাৰ লগতে বহু সময় লৈ এটা ৰুমৰ ভিতৰত আবদ্ধ কৰি দেহৰ কেইবাটাও স্থানত আ/ঘাত প্ৰাপ্ত কৰে একাংশ‌ই।
লগতে জয়ন্ত হাতত থকা সকলো নথি পত্ৰ কাঢ়ি লয় একাংশ যুৱকে। এয়া আচলতে কি ? কোন এই সকল যুৱক

15/10/2025

বাক্সাৰ পৰিস্থিতি

15/10/2025

বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীৰ শূণ্য লৈ গু/লী চালনা

Address

Guwahati

Telephone

+916001194904

Website

Alerts

Be the first to know and let us send you an email when Raju Kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Raju Kalita:

Share

Category