Times24

Times24 সময়ৰ লগত জনতাৰ কাষত
ব্রেকিং নিউজৰ প্ৰতিযোগিতা নহয়
সত্য আৰু তথ্যৰ ওপৰত আধাৰিত খবৰ

30/08/2026

ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ ছিণ্ডিকেট।

বৰপেটাৰ হাউলীৰ কালঝাৰত ৰাষ্টীয় ঘাইপথত আৰক্ষীৰ অভিযানত গৰু ভৰ্তি কনটেইনাৰ জব্দ ।

AS 01 TC 3843 নম্বৰৰ কন্টেইনাৰ বাহনখনত কঢিয়াইছিল গৰু ।

হাউলী আৰক্ষীয়ে অভিযান চলাই চোৰাংভাবে সৰবৰাহ কৰা গৰু জব্দ কৰে।

28/08/2026

নিজৰ সৈনিক হেৰুৱাই আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ।

28/08/2026

📍নেপাল অসমতকৈ বেছি আপোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ!

26/08/2026

অখিল গগৈৰ উজনিত বিশাল জনসভা

25/08/2026

'আল্লাহৰ কৃপাত আমি এদিন DC, SP হ'ম। হেলিকপ্টাৰ কিনি এদিন হেলিকপ্টাৰ চলাম'। ছাত্ৰ-ছাত্ৰীক আল্লাহৰ নামত শপতবাক্য পাঠ কৰালে বিধায়ক শ্বেৰমান আলীয়ে।

25/08/2026

APL খেলি ঘৰলৈ উভতিল ৰহিত সেন

APL খেলি নিজ গৃহলৈ উভতি অহাত ৰহিত সেনক গাঁওবাসীয়ে উষ্ম আদৰণি জনায়। ৰহিত সেনক আদৰণি জনাবলৈ গাঁওখনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

গাঁওবাসীৰ মৰম আৰু উৎসাহে ৰহিত সেনক অনুপ্ৰাণিত কৰে।

তেওঁৰ এই সফলতাত পৰিয়ালৰ লগতে গাঁওবাসীয়েও আনন্দ প্ৰকাশ কৰে আৰু আগন্তুক দিনত অধিক সফলতা লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰতিবাদকাৰীক অনুৰোধ মন্ত্ৰী অতুল বৰা,
22/08/2026

প্ৰতিবাদকাৰীক অনুৰোধ মন্ত্ৰী অতুল বৰা,

যোগীঘোপাত নিশা দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
22/08/2026

যোগীঘোপাত নিশা দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

22/08/2026

পুনৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মুখ্য মন্ত্ৰীৰ এটা পুৰনি Video

21/08/2026

শিৱসাগৰ DC ৰ ওপৰত খং উঠিছে বিধায়ক অখিল গগৈৰ

Address

Guwahati
Guwahati
781038

Telephone

+918753917012

Website

Alerts

Be the first to know and let us send you an email when Times24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share