Jayanta Sani

Jayanta Sani page-Jayanta sani, face book jayanta deka sani, whatsapp -7399868824, Instagram jayanta deka sani. video converter contact me

happy Holi dear friends
14/03/2025

happy Holi dear friends

12/02/2025

আৰিয়া দিয়া ৰ কিছু সময়।

11/12/2024

Ki hoi ai2 Kone kb pribo

05/12/2024

সুন্দৰ কণ্ঠৰ লগতে সুন্দৰ নাগাৰা নাম

16/11/2024

Boko, upper Lampi.

10/11/2024

All Assam Nagara Naam
Baihata Chariali
Rajibch Deka
নাগাৰা নামৰ শিল্পী আমি 
Manoj studio
das

🙏🙏বিনম্ৰ অনুৰোধ 🙏🙏আপোনালোকক অতি বিনম্ৰভাৱে জনাও যে সমৰ জ্যোতি শালৈ যোৱা দেওবাৰে পুৱা 9 মান বজাত আকস্মিক ভাৱে এক জটিল ৰোগ...
06/11/2024

🙏🙏বিনম্ৰ অনুৰোধ 🙏🙏
আপোনালোকক অতি বিনম্ৰভাৱে জনাও যে সমৰ জ্যোতি শালৈ যোৱা দেওবাৰে পুৱা 9 মান বজাত আকস্মিক ভাৱে এক জটিল ৰোগত আক্ৰান্ত হৈ আমিনগাঁও স্থিত নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। ইতিমধ্যে তেখেতৰ চিকিৎসাৰ বাবদ বহুত টকা খৰচ হয় যদিও পৰিয়ালৰ আৰ্থিক অসুবিধাৰ বাবে বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিটেল লৈ স্থানান্তৰিত কৰা হৈছে। বৰ্তমান তেখেতৰ চিকিৎসাৰ বাবে আৰু বহু টকাৰ প্ৰয়োজন হৈছে ।সেয়েহে আমি সকলোৱে যদি এই বিপদৰ সময়ত আমাৰ সামৰ্থ্য অনুসৰি আমাৰ কৰ্মী জনক কিছু আৰ্থিক সহায় আগবঢ়াব পাৰো পৰিয়ালটোৱে যথেষ্ট সহায় লাভ কৰিব।লগতে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যেন আমাৰ ভাতৃ প্ৰতিম কৰ্মী গৰাকী সোনকালে সুস্থ হৈ ঘুৰি আহে।
Arup Deka
Nagrijuli

04/11/2024

জিন্তি ডেকাৰ কণ্ঠত সুন্দৰ নাগাৰা নাম পদৰ্শন।

Vairal Video 4
All Assam Nagara Naam

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Jayanta Sani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share