HIT LEAD ASSAM

HIT LEAD ASSAM A page to provide true informations of events, incidents along with entertainment. https://www.youtube.com/

অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ। অভিনেত্ৰীগৰাকী আৰু স্বামী তথা বিশিষ্ট অভিনেতা তপন দাসে অভিনয় কৰা শ্...
15/07/2026

অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ। অভিনেত্ৰীগৰাকী আৰু স্বামী তথা বিশিষ্ট অভিনেতা তপন দাসে অভিনয় কৰা শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ এখনি পুৰণি পোষ্টাৰ ।

পশুপ্ৰেমী নে ব্ৰইলাৰ প্ৰেমী?
10/07/2026

পশুপ্ৰেমী নে ব্ৰইলাৰ প্ৰেমী?

কৃষকে কিয় পোৱা নাই শস্যৰ উচিত মূল্য?
08/07/2026

কৃষকে কিয় পোৱা নাই শস্যৰ উচিত মূল্য?

অসমীয়া নেৰিব।
07/07/2026

অসমীয়া নেৰিব।

ট্ৰেজিক নায়ক হৈ ৰল ফুটবলৰ যাদুকৰ ৰোনাল্ডো।টেক্সাচৰ সেউজ ঘাঁহনিত ৰোনাল্ডোৰ দুভৰিৰ যাদু চাবলৈ উজাগৰে ৰৈ আছিল সমগ্ৰ বিশ্ব। ...
07/07/2026

ট্ৰেজিক নায়ক হৈ ৰল ফুটবলৰ যাদুকৰ ৰোনাল্ডো।
টেক্সাচৰ সেউজ ঘাঁহনিত ৰোনাল্ডোৰ দুভৰিৰ যাদু চাবলৈ উজাগৰে ৰৈ আছিল সমগ্ৰ বিশ্ব। কিন্তু স্পেইনৰ টিকি টাকা আৰু চতুৰ ৰণকৌশলৰ সন্মুখত বিধ্বস্ত হৈ পৰিল CR7 ৰ দল পতুৰ্গাল। দূৰন্ত গতিৰ বাবেই চৰ্চিত CR7 যেন হথাতে নিষ্প্ৰভ স্পেইনৰ সন্মুখত। এফালে যদি ১৮ বছৰীয়া স্পেইনৰ তাৰকা লেমিনি য়ামালে স্পেইনৰ ৰক্ষণ বিভাগ তচনচ কৰি দূৰন্ত গতিৰে দৌৰ লৈছে, আনফালে মিডফিল্ডৰ পৰা অহা সঠিক এটা পাছৰ বাবে অপেক্ষা কৰি ৰৈছে ৰোনাল্ডো। ৪১ বছৰ বয়সতো ঈৰ্শণীয় ফিটনেছ ৰোনাল্ডোৰ। কিন্তু দূৰন্ত ৰোনাল্ডোৰ যেন গতি বহু পৰিমাণে নিষ্প্ৰভ টেক্সাচৰ সেউজ ঘাঁহনিত। যাৰ ফলত ১-০ ত পৰাজয় স্পেইনৰ হাতত। সকলো জয় কৰিও যেন বিশ্ব জয়ৰ সপোন বুকুত বান্ধি অতৃপ্ত হৈয়েই ৰল মডাৰ্ণ ফুটবলৰ অন্যতম যাদুকৰ জন। দুটা দশক ধৰি সকলোকে মোহাচ্ছন্ন কৰি ৰখা মহান ফুটবলাৰ জনলৈ শতকেটি প্ৰণাম।



সামাজিক মাধ্যমত চৰ্চিত এখন ফটো
07/07/2026

সামাজিক মাধ্যমত চৰ্চিত এখন ফটো

কায়দাটো দেখিলে নে?
07/07/2026

কায়দাটো দেখিলে নে?

'বিধান খভাত অখমীয়াত ভাখন দিব নালাগে'।
06/07/2026

'বিধান খভাত অখমীয়াত ভাখন দিব নালাগে'।

শিৱসাগৰ নগৰৰ কৃত্ৰিম বানপানী কেতিয়া নিয়ন্ত্ৰণ হব?
06/07/2026

শিৱসাগৰ নগৰৰ কৃত্ৰিম বানপানী কেতিয়া নিয়ন্ত্ৰণ হব?

অসম লোকসেৱা আয়োগ চমুকৈ APSC-ৰ প্ৰাৰম্ভিক পৰীক্ষাত এইবাৰ স্থান পালে অসমৰ জনপ্ৰিয় সাংস্কৃতিক আইকন জুবিন গাৰ্গে। অলপতে অনুষ...
05/07/2026

অসম লোকসেৱা আয়োগ চমুকৈ APSC-ৰ প্ৰাৰম্ভিক পৰীক্ষাত এইবাৰ স্থান পালে অসমৰ জনপ্ৰিয় সাংস্কৃতিক আইকন জুবিন গাৰ্গে। অলপতে অনুষ্ঠিত হৈ যোৱা CCE Prelims-অৰ GS ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠিত এজনীয়া ন্যায়িক আয়োগক লৈ সোধা হ’ল এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। যাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এই বিষয়টোৱে।

জয় জুবিন দা ...

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when HIT LEAD ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share