Axom Time News

Axom Time News Axom Time News is a dynamic and trusted Assamese news portal dedicated to delivering timely, accurate, and comprehensive news coverage from Assam and beyond.

With a focus on local, national, and global issues, Axom Time News brings readers the latest updates on politics, culture, sports, business, and entertainment, all in the heart of the Assamese language. The portal aims to empower its audience with in-depth analysis, engaging stories, and diverse perspectives, promoting informed discourse and highlighting the rich heritage of Assam. Whether throug

h breaking news or thoughtful commentary, Axom Time News stands as a reliable voice in the digital news space for Assamese-speaking communities worldwide.

12/04/2025

নামদঙীয়া কৈৰী গাঁও আৰু ভূঞা চুকত বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে সহস্ৰাধিক পৰিয়াল।

31/03/2025

বাৰিষাৰ পূৰ্বেই চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ ফলত আশংকাত দিন কটাইছে সহস্ৰাধিক পৰিয়ালে।

20/03/2025

গুৱাহাটী নুনমাটি বাছ আস্থানৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰু ভাং জব্দ কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ!!

16/03/2025

ডিব্ৰুগড়ৰ বিমানবন্দৰত বন বিভাগে জব্দ কৰে ৫ কোটি ৫০ লাখ টকা মূল্যৰ ২৩০০ টা ছেং মাছ ।

05/03/2025

স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো এটা ভাল পথৰ পৰা বঞ্চিত ধেমাজিৰ এক অঞ্চল,জনতাই ভোট থিকেই দি আহিছে,যুগ যুগ ধৰি উন্নয়নৰ টকা কাৰ পকেটত সোমাই নাজানে জনতাই !

03/03/2025

শিৱসাগৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰাপ্য অধিকাৰ বিচাৰি এন এইচ এম কৰ্মীৰ প্ৰতিবাদী সভাৰে বিক্ষোভ প্ৰদৰ্শন।

27/02/2025

মৰিয়নিৰ নকছাৰি মৰঙ্গিয়ালত দুটা ভালুকৰ পোৱালি উদ্ধাৰ ।

24/02/2025

যোৰহাট ৰৰৈয়া বিমানবন্দৰত উপস্থিত বৈদেশিক মন্ত্ৰী জয় শংকৰ আৰু ৪৫ খন দেশৰ প্ৰতিনিধি ।

21/02/2025

মাজুলীৰ ২নং মৰিটুনীত ভয়ংকৰ ঘটনা , স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক ।

Address

Guwahati
781037

Website

Alerts

Be the first to know and let us send you an email when Axom Time News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share