Axomia Jheng

Axomia Jheng অসমীয়া জেং পেজলৈ সকলোকে স্বাগতম�

কমেন্ট কৰা 🗳️💬👇
29/04/2025

কমেন্ট কৰা 🗳️💬👇

হৰ হৰ মহাদেৱ 🙏🙏🙏
14/04/2025

হৰ হৰ মহাদেৱ 🙏🙏🙏

21/03/2025
13/03/2025

মা থকটো বহুত জৰুৰী,মা অবিহনে সকলো আধৰুৱা
゚viralシfypシ゚viralシalシ

08/03/2025

আচল চোৰ বিবেক হে আছিল, এবাৰ শুনি চাবচোন

হৰ হৰ মহাদেৱ 🙏
27/02/2025

হৰ হৰ মহাদেৱ 🙏

15 আগষ্টত পাতাকাটো ৰচীৰে মেৰিয়াই মাজ মাজভাগত (চিত্ৰত দেখুৱাৰ দৰে) থোৱা হয় আৰু উত্তোলন সময়ত ৰচীডাল ধৰি টানি টানি বাঁহৰ...
26/01/2025

15 আগষ্টত পাতাকাটো ৰচীৰে মেৰিয়াই মাজ মাজভাগত (চিত্ৰত দেখুৱাৰ দৰে) থোৱা হয় আৰু উত্তোলন সময়ত ৰচীডাল ধৰি টানি টানি বাঁহৰ মূৰত নি বান্ধি থোৱা হয় আৰু 26 জানুৱাৰীত পতাকা খন একেবাৰে বাঁহৰ মূৰত বান্ধি থয় আৰু উত্তোলনৰ সময়ত তাতে মাথো প্ৰসাৰন কৰি দিয়া হয়।
১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ, অফিচিয়েলি তাক Hoisting বুলি কোৱা হয়। অথচ ২৬ জানুৱাৰীত আমি জাতীয় পতাকা Unfurl হে কৰোঁ।
এই দুটা শব্দৰ প্ৰকৃত অর্থ কি? আহক, স্বাধীনতা দিৱসৰ এই পবিত্র ক্ষণত আমি Hoisting আৰু Unfurl ৰ পার্থক্য কি জানি লওঁ:
১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয়। তাকে Hoisting বোলে। ইয়াৰ অৰ্থ এয়ে যে, এসময়ত আমি পৰাধীন আছিলো।আমাৰ পতাকা সেই সময়ত তলত আছিল। ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছো। সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল !!
২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয়। ৰচিডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয়। সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয়! এই প্রক্রিয়াক Unfurled বুলি কোৱা হয়। ইয়াৰ অৰ্থ এয়ে যে, আমি এখন সার্বভৌমত্ব ৰাষ্ট্ৰ, আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতেই থাকিব।
শ্বেয়াৰ কৰি সকলকে জনাৰ সুবিধা কৰি দিব।🙏
উৎস - ফেচবুক

26/01/2025

24/01/2025

      জয় শ্ৰীৰাম 🙏🙏
24/01/2025


জয় শ্ৰীৰাম 🙏🙏

Address

Sualkuchi
Guwahati
781103

Website

Alerts

Be the first to know and let us send you an email when Axomia Jheng posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share