blissful living with jaya

blissful living with jaya Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from blissful living with jaya, Digital creator, Gauhati.

নমস্কাৰ, মই জয়া ঠাকুৰীয়া। দৈনন্দিন জীৱনৰ এগৰাকী গৃহিণী হিচাপে ৰন্ধন প্ৰণালী আৰু সৰু সৰু লাগতিয়াল বুলি ভৱা টিপচ্, ভ্ৰমণ ৰ ভিডিঅ' আগবঢ়ায় দিম।আশাকৰো মোক সকলোৱে সহাঁৰি জনাব 🙏🙏💗🥰

24/09/2026

Good night everyone 🏙️🏙️

Good evening 🥰🥰🥰
24/09/2026

Good evening 🥰🥰🥰

শুভ দুপৰীয়া🏞️🏞️🏞️🌻🌻🌻দুপৰীয়াৰ ভাত খালে নে আপোনালোকে??মই এতিয়াহে পৰিৱেশন কৰিছো এইদৰে…. #টেঙা দিয়া ভন্দী ভাজি। #জালি কোমোৰা...
24/09/2026

শুভ দুপৰীয়া🏞️🏞️🏞️🌻🌻🌻
দুপৰীয়াৰ ভাত খালে নে আপোনালোকে??
মই এতিয়াহে পৰিৱেশন কৰিছো এইদৰে….
#টেঙা দিয়া ভন্দী ভাজি।
#জালি কোমোৰা আৰু আলুৰ ঘৰুৱা মচলাৰে তৰকাৰী।
#দাইল আৰু জোটজলকীয়া দিয়া আমৰ আচৰৰ সৈতে ভাত।😊🌻🌻🌻





“শৰৎৰ নীলা আকাশ খনে আমাক সোঁৱৰাই দিয়ে যে ধুমুহাৰ পিছত সদায় এটা শান্ত আৰু সুন্দৰ ৰাতিপুৱা আহে।”🩵🩵🩵🤍🤍🤍💙💙💙
24/09/2026

“শৰৎৰ নীলা আকাশ খনে আমাক সোঁৱৰাই দিয়ে যে ধুমুহাৰ পিছত সদায় এটা শান্ত আৰু সুন্দৰ ৰাতিপুৱা আহে।”🩵🩵🩵🤍🤍🤍💙💙💙



🎉 Facebook recognised me for starting engaging conversations and producing inspiring content among my audience and peers...
24/09/2026

🎉 Facebook recognised me for starting engaging conversations and producing inspiring content among my audience and peers!

আমাৰ চোতাল পোহৰাই তোলা এই পাহ ফুলেৰে সকলোকে শুভৰাত্ৰি জনালোঁ🌌🌌🌌🌌
23/09/2026

আমাৰ চোতাল পোহৰাই তোলা এই পাহ ফুলেৰে সকলোকে শুভৰাত্ৰি জনালোঁ🌌🌌🌌🌌

Good evening everyone 🩷🩷🩷
23/09/2026

Good evening everyone 🩷🩷🩷

23/09/2026

আজি আলুবিহীন দুপৰীয়াৰ ভাত সাঁজ লগতে‍এইবাৰৰ প্ৰথম ৰবাব টেঙা খালো।
সকলোকে দুপৰীয়াৰ শুভেছ্চা জনাই আজিৰ ভিডিওটি আগবঢ়ালো।কেনে পালে মন্তব‍্য এটি আগবঢ়াব বুলি আশা ৰাখিলো।🙏🥰😊❤️

দুপৰীয়াৰ শুভেছ্চা জ্ঞাপন কৰিলো🌻🌻🌻এই বছৰৰ প্ৰথম  ৰবাবটেঙা খালো।বৰ সোৱাদৰ আছিল। আজি দুপৰীয়াৰ ভাত সাঁজ পৰিৱেশন কৰিলো…. #মাছ...
23/09/2026

দুপৰীয়াৰ শুভেছ্চা জ্ঞাপন কৰিলো🌻🌻🌻
এই বছৰৰ প্ৰথম ৰবাবটেঙা খালো।বৰ সোৱাদৰ আছিল।
আজি দুপৰীয়াৰ ভাত সাঁজ পৰিৱেশন কৰিলো….
#মাছভজা
#মাছৰমূৰেৰে নীল কচুৰ ঠাৰিৰ তৰকাৰী।
#ৰহৰবূটমগুৰ মিহলি দাইল ৰ সৈতে ভাত।😊😊

Address

Gauhati

Alerts

Be the first to know and let us send you an email when blissful living with jaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

l="false"> Add listing
  • Login
  • Subscribe

    We will notify you when anything happens in Gauhati.