IM Rintu

IM Rintu Video Creator, Drone Video, Motovlog, Travel, Videography, Explore Visit Our Website www.AerialEyes.in

ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।মহালক্ষ্মীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আন...
06/10/2025

ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
মহালক্ষ্মীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।
l

05/10/2025

ইমান বতাহ বৰষুণ ৰ মাজত এই বগলী চৰাই জনি কেনেকৈ আছে ।

04/10/2025

অসমৰ ডিমা হাছাও জিলাৰ প্ৰাকৃতিক চিত্ৰময় সৌন্দৰ্য্য মাজত অৱস্থিত পানীমূৰ জলপ্ৰপাত । এই জলপ্ৰপাতৰ কেইটামান মনোমোহা দৃশ্য আগবঢ়ালো, কেনেকুৱা লাগিছে জনাৱ ।

📍 Panimur Waterfall, Dama Hasao, Assam

জুবিন দাৰ ৮০ খন ফটো ফেচবুকতে সংৰক্ষণ কৰি ৰাখিলো,মন গলেই চাই থাকিব পাৰিম এতিয়াৰ পৰা ।।জয় জুবিন দা ♥️
04/10/2025

জুবিন দাৰ ৮০ খন ফটো ফেচবুকতে সংৰক্ষণ কৰি ৰাখিলো,
মন গলেই চাই থাকিব পাৰিম এতিয়াৰ পৰা ।।
জয় জুবিন দা ♥️

02/10/2025

আমাৰ চৰাইবাঁহী অঞ্চলৰ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতিমা সোণাই নৈত বিসৰ্জন দিয়াৰ কেইটামান দৃশ্য ।

30/09/2025

''মায়াবিনী ৰাতিৰ বুকুত..."

বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
শ্ৰেয়া ঘোষালৰ।

29/09/2025

All Assam Cricket Tournament 2025
Organised by PENGUIN Club Charaibahi
FINAL MATCH 2025

জুবিন দাই প্রথম  প্রপজ কৰিছিল ধেমালিৰ চলেৰে জোনমনিক,,
26/09/2025

জুবিন দাই প্রথম প্রপজ কৰিছিল ধেমালিৰ চলেৰে জোনমনিক,,

🥹
23/09/2025

🥹

23/09/2025

👍 পঞ্চভূতত বিলীন হ'ল আমাৰ মৰমৰ জুবিন দা

তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ'ল মাঁথো ছাই... 🥹

Address

Guwahati

Alerts

Be the first to know and let us send you an email when IM Rintu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to IM Rintu:

Share