JN Talks

JN Talks Podcast
(1)

19/03/2026

আপোনাৰ কণ্ঠই সমাজক সলনি কৰিব পাৰে ।
আপুনি ৰাজনীতি, সংস্কৃতি, বিনোদন, ব্যৱসায় বা অন্য যিকোনো ক্ষেত্ৰৰ হ’লে…
যদি আপোনাৰ ক’বলগীয়া কথা আছে,
যদি আপোনাৰ অভিজ্ঞতা সমাজৰ বাবে গুৰুত্বপূৰ্ণ —
👉 তেন্তে আমাৰ মঞ্চ আপোনাৰ বাবে সাজু ।
ইয়াত আমি কেৱল সাক্ষাৎকাৰ নকৰো,
আমি কণ্ঠক দিওঁ সন্মান, চিন্তাক দিওঁ নতুন দিশ ।
Contact: 8876098016
[email protected]

11/03/2026

অভিনেত্ৰী আদৃতাৰ মুখত তেওঁৰ প্ৰিয় নাটকৰ সংলাপ...

Guest: Adrita Parasha Mahanta
Host: Jeet Kr Nath

সম্পূৰ্ণ অনুষ্ঠানটোৰ ইউটিউব লিংক তলৰ কমেন্ট বক্সত দিয়া আছে ।

10/03/2026

উচ্চ চিকিৎসাৰ বাবে আমি বহিঃ ৰাজ্যলৈ যাব বিচাৰো । কিন্তু ক'ত দেখুৱাম, কাক দেখুৱাম, কিমান খৰছ হ'ব এনে বহু কথা সঠিকভাবে নজনাৰ ফলত আমি বহু সমস্যাৰ সন্মুখীন হওঁ । এনে বহু সমস্যাৰ সমাধান লৈ JN Talks ৰ এই খণ্ডৰ অতিথি বিশ্বজিৎ সৰকাৰ...
Contact: 9080484704
Website: trustedpatientguide.com

Guest: Bishwajit Sarkar (Counseling & Guidance Specialist)
Host: Jeet Kr Nath

podcast

10/03/2026

"নিবিড় নয়না" ৰ শ্বুটিঙত কি হৈছিল আদৃতাৰ লগত !!!

Guest: Adrita Parasha Mahanta
Host: Jeet Kr Nath

সম্পূৰ্ণ অনুষ্ঠানটোৰ ইউটিউব লিংক তলৰ কমেন্ট বক্সত দিয়া আছে ।

আদৃতা অভিনীত "নিবিড় নয়না" যদি আপুনি এতিয়াও চোৱা নাই, এতিয়াই ইউটিউবত গৈ উপভোগ কৰক...

09/03/2026

শ্বুটিংৰ সময়ত চৰিত্ৰটোত সম্পূৰ্ণৰূপে সোমাই থাকে অভিনেতা যতীন বৰা !

Guest: Jatin Bora যতীন বৰা
Host: Jeet Kr Nath

সম্পূৰ্ণ অনুষ্ঠানটোৰ ইউটিউব লিংক কমেণ্ট বক্সত দিয়া আছে...

09/03/2026
08/03/2026

অভিনেত্ৰী আদৃতাৰ মুখত নীলাঞ্জনাৰ জনপ্ৰিয় সংলাপ...

Guest: Adrita Parasha Mahanta
Host: Jeet Kr Nath

সম্পূৰ্ণ অনুষ্ঠানটোৰ ইউটিউব লিংক তলৰ কমেন্ট বক্সত দিয়া আছে ।

08/03/2026

We are the champions 🇮🇳🏆❤️

08/03/2026

কি আছে "নিবিড় নয়না" ত !!!

Guest: Adrita Parasha Mahanta
Host: Jeet Kr Nath

সম্পূৰ্ণ অনুষ্ঠানটোৰ ইউটিউব লিংক তলৰ কমেন্ট বক্সত দিয়া আছে ।

আদৃতা অভিনীত "নিবিড় নয়না" যদি আপুনি এতিয়াও চোৱা নাই, এতিয়াই ইউটিউবত গৈ উপভোগ কৰক...

06/03/2026

জীৱনৰ প্ৰথমখন ছবিৰ শ্বুটিংতেই পৰিচালকে কিয় বাহিৰ কৰি দিয়াৰ ধমকি দিছিল অভিনেতা যতীন বৰাক !!!

Guest: Jatin Bora
Host: Jeet Kr Nath

For the Full Episode, Click the YouTube Channel Link in Bio...

05/03/2026

🎙️ JN Talks ৰ এই নতুন খণ্ডৰ অতিথি — আদ্ৰিতা পৰাশা মহন্ত ।
এইবাৰৰ JN Talks ৰ বিশেষ এপিচ’ডত আমাৰ সৈতে আছে অসমৰ নতুন প্ৰজন্মৰ প্ৰতিভাশালী অভিনেত্ৰী আদ্ৰিতা পৰাশা মহন্ত ।
এই আড্ডাত তেখেতে শ্বেয়াৰ কৰিছে নিজৰ অভিনয় যাত্ৰা, অভিজ্ঞতা আৰু বহু নজনা কথা ।

Guest: Adrita Parasha Mahanta
Host: Jeet Kr Nath

📺 সম্পূৰ্ণ এপিচ’ড এতিয়া চাওক JN Talks ৰ Facebook পেজত ।

Address

Guwahati
781019

Website

Alerts

Be the first to know and let us send you an email when JN Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category